• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডগ ব্ৰেচৱেলৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ
Sports

নিউজিলেণ্ডৰ অল ৰাউণ্ডাৰ ডগ ব্ৰেচৱেলৰ সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ

CliQ INDIA
Last updated: December 29, 2025 9:15 pm
CliQ INDIA
Share
2 Min Read
SHARE

ৱেলিংটন, ২৯ ডিচেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ ক্ৰিকেটত এক বৃহৎ বিপৰ্যয়। প্ৰবীণ অলৰাউণ্ডাৰ ডগ ব্ৰেচৱেলে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে। ২০২৩ চনত নিউজিলেণ্ডৰ হৈ শেষবাৰৰ বাবে টেষ্ট মেচ খেলিছিল ৩৫ বছৰীয়া ব্ৰেচৱেলে । এই ছিজনত চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ হৈও খেলপথাৰৰ পৰা আঁতৰি আছে।

ডগ ব্ৰেচৱেলে ২০১১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ২৮খন টেষ্ট, ২১খন এদিনীয়া আৰু ২০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল। তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আছিল ২০১১ চনৰ ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোবাৰ্ট টেষ্টত, যিখন তেওঁৰ তৃতীয়খন টেষ্ট মেচ আছিল। এই মেচখনত ব্ৰেচৱেলে ৯/৬০ৰ আকৰ্ষণীয় পৰিসংখ্যা লাভ কৰি নিউজিলেণ্ডক ২৬ বছৰৰ ভিতৰত অষ্ট্ৰেলিয়াত প্ৰথমটো টেষ্ট জয়ৰ দিশত আগুৱাই লৈ যায়। অষ্ট্ৰেলিয়াত আজিলৈকে নিউজিলেণ্ডৰ এয়া অন্তিমখন টেষ্ট জয়ো।

দ্ৰুত মধ্যম গতিৰ বলাৰ ব্ৰেচৱেলে ২৮খন টেষ্ট মেচত ৭৪টা উইকেট দখল কৰাৰ বিপৰীতে সীমিত অভাৰৰ ক্ৰিকেটত তেওঁ মুঠ ৪৬টা উইকেট দখল কৰে। অৱসৰৰ কথা ঘোষণা কৰি ব্ৰেচৱেলে কয় যে ক্ৰিকেট তেওঁৰ জীৱনৰ এক গৌৰৱৰ অংগ হৈ আহিছে আৰু তেওঁ নিজৰ দেশ আৰু ঘৰুৱা দলৰ হৈ খেলাৰ সুযোগ পোৱাটো সৌভাগ্যৱান বুলি কয়।

ডগ ব্ৰেচৱেল ক্ৰিকেট খেলৰ এক বিশিষ্ট পৰিয়ালৰ পৰা আহিছে। তেওঁৰ পিতৃ ব্ৰেণ্ডন আৰু ককাক জন ব্ৰেচৱেলে নিউজিলেণ্ডৰ হৈ টেষ্ট ক্ৰিকেট খেলিছিল, আনহাতে জন ব্ৰেচৱেলে কেইবাবাৰো ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষকতাও কৰি আহিছে। তেওঁৰ আন ককাক ডগলাছ আৰু মাৰ্কেও প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। ব্ৰেচৱেলে আগন্তুক ভাৰত ভ্ৰমণত নিউজিলেণ্ডৰ এদিনীয়া দলৰ অধিনায়কত্ব কৰা তেওঁৰ খুলশালীয়েক মাইকেল ব্ৰেচৱেলৰ সৈতে দুখন এদিনীয়া আৰু এখন টেষ্ট মেচ খেলিছিল।

ঘৰুৱা ক্ৰিকেটত চেণ্ট্ৰেল ডিষ্ট্ৰিক্টৰ উপৰিও ব্ৰেচৱেলে আই পি এল ২০১২ত দিল্লী ডেয়াৰডেভিলছ (বৰ্তমান দিল্লী কেপিটেলছ), এছ এ২০ ২০২৪ত জোবাৰ্গ ছুপাৰ কিংছ, আৰু এই বছৰ গ্ল’বেল ছুপাৰ লীগত চেণ্ট্ৰেল ষ্টেগছক প্ৰতিনিধিত্ব কৰিছিল।

ডগ ব্ৰেচৱেলে এক বিশেষ কৃতিত্বৰে নিজৰ কেৰিয়াৰৰ অন্ত পেলাইছে। নিউজিলেণ্ডৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৪ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি ৪০০ৰো অধিক উইকেট দখল কৰিছে। প্ৰথম শ্ৰেণীৰ ১৩৭খন খেলত তেওঁ ৪৩৭টা উইকেট দখল কৰাৰ লগতে তিনিটা শতককে ধৰি ৪৫০৫ ৰান সংগ্ৰহ কৰে। এই অভিলেখে তেওঁক নিউজিলেণ্ড ক্ৰিকেটৰ স্মৰণীয় অল-ৰাউণ্ডাৰৰ ভিতৰত স্থান দিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

চেন্নাই চিকেট ক্লাব বনাম মুম্বাই ইন্ডিয়ান্স: আজ চেপাউকত দুই দলের মধ্যে আইপিএল ২০২৬ মুখোমুখি, পয়েন্ট টেবিলে উঠতে লড়াই
টি-২০ খেলৰ বাবে ধৰ্মশালাত উপস্থিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ
ছিংগাপুৰ অ’পেনত সাতৱিক-চিৰাগে দিব ভাৰতৰ নেতৃত্ব, চকু সিন্ধু-প্ৰণয়ৰ ওপৰতো থাকিব | BulletsIn
তৃতীয়খন এদিনীয়া খেলত ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডৰ ৩-০ত  শৃংখলা দখল
বিএমপিএছৰ গ্ৰেণ্ড ফিনালেত ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা খাদছেৰ ইস্প’ৰ্টছৰ প্ৰশংসা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোলাঘাটৰ উদয়ন চাহ বাগিছাত বাঘৰ আক্ৰমণত আহত এক
Next Article অনিল শৰ্মাৰ নতুন ছবিৰ ঘোষণা, আৰম্ভ হ’ল প্ৰি-প্ৰডাকচন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?