• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > নলবাৰী অগপৰ জোৰদাৰ নিৰ্বাচনী প্ৰস্তুতি
Regional

নলবাৰী অগপৰ জোৰদাৰ নিৰ্বাচনী প্ৰস্তুতি

CliQ INDIA
Last updated: January 3, 2026 1:55 am
CliQ INDIA
Share
2 Min Read
SHARE

নলবাৰী, ০২ জানুৱাৰী (হি.স.): নৱবৰ্ষৰ প্ৰথম দিনটোৰ নিশা জয়ন্ত মল্ল বৰুৱাৰ দূৰ্গ নলবাৰীত শক্তিশালী স্থিতি লয় আঞ্চলিক দল অসম গণ পৰিষদে। যোৱা কালি বৃহস্পতিবাৰে নিশা নলবাৰী অগপৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নলবাৰীত অগপই স্পষ্ট কৰিলে নিজৰ স্থিতি । সেইমতে নলবাৰী জিলাৰ তিনিটা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হোৱটো এক প্ৰকাৰ নিশ্চিত বুলি ব্যক্ত কৰিলে নলবাৰী জিলা অগপই । লগতে জানুৱাৰী মাহৰ শেষৰফালে নলবাৰীত অগপৰ বিশাল কৰ্মী সভাৰো আয়োজন কৰা হৈছে । অগপৰ ১৫০০০ হেজাৰ কৰ্মী মিলিত হৈ নলবাৰীৰ শক্তি প্ৰদৰ্শনৰ প্ৰস্তুতি চলাইছে ।

নৱবৰ্ষৰ পহিলা দিনটোতে নলবাৰীৰ হোটেল গেট ওৱেত নলবাৰী জিলা অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। ২০২৬ বিধানসভা নিৰ্বাচন সমাগত । নিৰ্বাচনৰ প্ৰাকক্ষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দূৰ্গ নলবাৰীত শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে অসম গণ পৰিষদ নলবাৰী জিলা সমিতিখনক। অগপ নলবাৰী বিধানসভা সমষ্টিৰ সভাপতি সনাতন ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত অগপ জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশী, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আক্ৰাম হুছেইন, অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাস,কেশৱ চন্দ্ৰ ডেকা, জিলাৰ সাধাৰণ সম্পাদক কনকেশ্বৰ দাস, দিপুল তালুকদাৰকে প্ৰমুখ্য কৰি অগপৰ কাৰ্য-কৰ্তাসকল উপস্থিত থাকে।

ভাষণ প্ৰসংগত অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসে উল্লেখ কৰে যে আঞ্চলিকতাবাদৰ দুৰ্গস্বৰূপ নলবাৰীত বিগত দুটাকৈ বিধানসভা নিৰ্বাচনত মিত্ৰজোটৰ অংশীদ্বাৰ হিচাপে বিজেপিক সহযোগ কৰি আহিছে। কিন্তু এইবেলি নলবাৰী জিলাৰ তিনিওটা সমষ্টিত অগপক অগ্ৰাধিকাৰ দিব লাগিব। আৰু বিজেপিয়ে জ্যেষ্ঠ ভাতৃত্বৰ দায়িত্ব পালন কৰিব লাগিব। আনহাতে ভাষণ প্ৰসংগত সভাৰ সভাপতি সনাতণ ৰাজবংশীয়ে অৱগত কৰে যে আগন্তুক নিৰ্বাচনত অগপই নলবাৰীত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈ আছে। লগতে সাজু হৈ আছে নলবাৰী সমষ্টিৰ ১৫০০০ দলীয় কৰ্ম-কৰ্তা।

ইফালে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আক্ৰাম হুছেইনে উল্লেখ কৰে যে যেনেকৈ নহওক আগন্তুক নিৰ্বাচনত নলবাৰীত অগপক প্ৰাৰ্থীত্ব আগবঢ়াবলৈ সুযোগ দিবই লাগিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

কাৰ্বি আংলং জিলাৰ লাংহিনত নগৰত এবছুৰ বিশাল জোঁৰ সমদল
(আপডেট) জাগীৰোডত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
নগাঁৱৰ বৰঘাটৰ পৰা চুৰি হোৱা চুপাৰী গুৱাহাটীত উদ্ধাৰ | BulletsIn
বাক্সাৰ গোৱৰ্দ্ধনাত আঞ্চলিক এবছুৰ ২৬তম আৰু গোৱৰ্দ্ধনা আঞ্চলিক সাহিত্য সভাৰ ১৯তম বাৰ্ষিক অধিৱেশন
কাজলগাঁওৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী মোদীৰ সমাজ সংস্কাৰক মন্নথু পদ্মনাভনক জন্ম বাৰ্ষিকীত স্মৰণ
Next Article মুম্বাই ইণ্ডিয়ানছৰ ডব্লিউ পি এল জাৰ্চি উন্মোচন, ‘উইকেট পালছ’ থিমত উজলিল মুম্বাইৰ গতি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?