দৰং দৰং জিলাৰ মঙ্গলদৈ নগৰবাহী মাজাৰৰ ওচৰত যোৱাকালি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত আহত হয় ২ জন লোক। ইয়াৰে এজনৰ অৱস্থা সংকটজনক।
জানিব পৰামতে বিদ্যুৎ পৰিবাহী তাঁৰ ৰ খুটাত দুচকীয়া বাহনেৰে খুন্দিয়াই আহত হোৱা যুৱক দুজন প্ৰফুল্ল নগৰৰ বুলি জানিব পৰা গৈছে। আহতদ্বয়ক মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে।
