• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > গোলকগঞ্জত ৰে’লৰ খুন্দাত বৃদ্ধৰ মৃত্যু | BulletsIn
Regional

গোলকগঞ্জত ৰে’লৰ খুন্দাত বৃদ্ধৰ মৃত্যু | BulletsIn

CliQ INDIA
Last updated: November 29, 2024 6:22 pm
CliQ INDIA
Share
1 Min Read
SHARE

ধুবুৰী জিলাৰ গোলকগঞ্জত এক দুঃখজনক ৰে’ল দুৰ্ঘটনাত এজন বৃদ্ধৰ মৃত্যু হোৱা ঘটনাই অঞ্চলবাসীক শোকাকুল কৰি তুলিছে। বৃহস্পতিবাৰে দুপৰীয়াৰ সময়ত গোলকগঞ্জৰ পুৱ কানুৰীত এই ঘটনাটো সংঘটিত হয়। ৭১ বছৰীয়া সিৰাজুল হক নামৰ ব্যক্তি ঘৰ পৰা বজাৰলৈ যাওঁতে এই দুৰ্ঘটনাত পতিত হয়।

BulletsIn

  • ঘটনাস্থলীত গোলকগঞ্জৰ পুৱ কানুৰীৰ ওচৰৰ ৰে’ল লাইন।
  • বৃহস্পতিবাৰ, দুপৰীয়া সময়ত এই দুৰ্ঘটনা সংঘটিত হয়।
  • মৃত ব্যক্তি সিৰাজুল হকৰ বয়স ৭১ বছৰ।
  • তেওঁ বজাৰলৈ যাবলৈ ঘৰৰ পৰা ওলাইছিল।
  • আগমনিৰ পৰা গোলকগঞ্জ অভিমুখী ট্ৰেইনখনে ধাক্কা মাৰে।
  • ৰে’ল লাইন পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাটো ঘটে।
  • ঘটনাস্থলীত সিৰাজুল হকে থিতাতে মৃত্যু বৰণ কৰে।
  • ৰে’ল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
  • মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰা হয়।
  • এই ঘটনাই স্থানীয়বাসীৰ মাজত শোক আৰু আতংকৰ সৃষ্টি কৰিছে।

You Might Also Like

আজিৰ পৰা ৭ ডিচেম্বৰলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ ওড়িশা ভ্ৰমণ | BulletsIn
দেৰগাঁৱত গেলাবিল দলঙৰ পৰা যুৱকৰ নৈ’ত জাঁপ
চত্তীশগঢ়ৰ বিজাপুৰত ২২ জন নক্সালবাদী আত্মসমৰ্পণ কৰে | BulletsIn
সৰুপথাৰ ডাকঘৰত ডকাইতৰ দলে দিন দুপৰতে লুটি নিলে ধন | BulletsIn
২০২৩-২৪ বিত্তীয় বৰ্ষত উত্তৰ পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ সফলতা অৰ্জন
TAGGED:BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article স্বগৃহত মিষ্টাৰ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা শিৱসাগৰৰ পৰিতোষ ৰয়ক উষ্ম আদৰণি | BulletsIn
Next Article কামৰূপৰ সোণতলীৰ গৰৈমাৰী বিলৰজানত ড্ৰাগছসহ আটক সৰবৰাহকাৰী | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?