মৈৰাবাৰীত ৰাইজে এখন অবৈধ মোবাইল এপ’ৰ জৰিয়তে ধন সৰকা ঠগক আটক কৰিছে। ঠগটোৰ নাম আজমল আলি ওৰফে বাবুল আৰু তেওঁ লাহৰিঘাটৰ টেঙাগুৰিৰ নিবাসী। মৈৰাবাৰীৰ বিভিন্ন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি কিউআৰ কোড স্কেন কৰি টকা দিয়ে যদিও সেই টকা দোকানীৰ একাউণ্টত নোসোমায়। আজমল আলিয়ে কেইবাবাৰো এনে কাৰ্য কৰাৰ অন্তত আজি দোকানী জনে হাতে-লোটে কৰায়ত্ত কৰে।
BulletsIn
- মৈৰাবাৰীত ঠগ আটক
- ঠগটোৰ নাম আজমল আলি ওৰফে বাবুল
- বাবুলৰ ঘৰ লাহৰিঘাটৰ টেঙাগুৰিত
- অবৈধ মোবাইল এপ’ৰ জৰিয়তে ধন সৰকাইছিল
- বিভিন্ন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি কিউআৰ স্কেন কৰি টকা দিয়াৰ নাটক
- সেই টকা দোকানীৰ একাউণ্টত নোসোমা
- কেইবাবাৰো এনে কাৰ্যৰ অন্তত হাতেনেই ধৰা পৰে
- দোকানীয়ে হাতে লোটে কৰায়ত্ত কৰে বাবুলক
- মৈৰাবাৰী আৰক্ষীক চমজি দিয়ে ঠগটোক
- ক্ৰয়কাৰ্যত দোকানীসকলে অধিক সতৰ্ক থকাৰ পৰামৰ্শ
