• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > সমগ্ৰ শিক্ষা মিচনৰ কৰ্মচাৰী মানৱ শৰ্মাৰ আকস্মিক ৰহস্যজনক মৃত্যু
Regional

সমগ্ৰ শিক্ষা মিচনৰ কৰ্মচাৰী মানৱ শৰ্মাৰ আকস্মিক ৰহস্যজনক মৃত্যু

CliQ INDIA
Last updated: September 4, 2025 4:33 am
CliQ INDIA
Share
2 Min Read
SHARE

দৰং, ০৩ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ শিক্ষা মিচনৰ কৰ্মচাৰী মানৱ শৰ্মাৰ আকস্মিক ৰহস্যজনক মৃত্যু। গেৰিমাৰী প্ৰফুল্ল নগৰ নিবাসী মানৱ শৰ্মাৰ মঙ্গলবাৰে আকস্মিক মৃত্যুত অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

মানৱ শৰ্মা দৰং জিলা সমগ্ৰ শিক্ষা মিচনৰ কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। যোৱা ৩০ আগষ্টৰ গধুলি চুবুৰীয়া এগৰাকী লোকৰ মৃত্যু হোৱাত মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈ বৰমপুৰলৈ নিজৰ চাৰিচকীয়া বাহন খন লৈ চুবুৰীয়া তিনি গৰাকী ব্যক্তিৰ সৈতে যায়। শেষকৃত্য সম্পন্ন হোৱাৰ পিছত তেওঁলোক মঙলদৈ প্ৰফুল্ল নগৰৰ বাসগৃহলৈ ওভতে।

উল্লেখ যোগ্য যে মানৱ শৰ্মাই উক্ত দিনা অত্যাধিক মদ্যপান কৰিছিল বুলি বু বো বা বা ওলাইছে। গভীৰ নিচাত থকা শৰ্মাক ওভতাৰে পৰা লগৰীয়া কেইজনে দাঙি নি নিজ গৃহত শুৱাই থয়, পুৱা পত্নীয়ে টোপনিৰ জগাব বিচাৰে যদিও অচেতন অৱস্থাত থকাত লগে লগে মঙলদৈ পলি ক্লিনিকলৈ লৈ যায়। শৰ্মাক চিকিৎসকে লগে লগে গুৱাহাটীলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে।

পৰিয়ালৰ লোকে মানৱ শৰ্মাক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মঙ্গলবাৰে দিনৰ প্ৰায় ১১ বজাত মৃত্যু হয়। মানৱ শৰ্মাৰ মৃত্যু সহজ ভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।

ইতিমধ্যে মৃত মানৱ শৰ্মাৰ পত্নীয়ে সোমবাৰে স্বামীৰ লগত পোটা পুখুৰিলৈ যোৱা সহযাত্ৰী তিনি গৰাকীৰ ওপৰত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়েও ইতিমধ্যে তিনিও জনকে সোধাপোচাৰ বাবে থানালৈ তলব কৰিছে। আৰক্ষীৰ তদন্ততৰ পিছতহে ওলাব মৃত্যুৰ আচল ৰহস্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

You Might Also Like

শিলচৰত বৰাক নদীৰ তীৰত বন্তি জ্বলাই সংগীত সম্ৰাট জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
কাছাৰৰ উধাৰবন্দ পানগ্ৰামত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু
গোঁসাইগাওঁত বিপিএফৰ যোগদান কাৰ্যসূচী – HindusthanSamachar Assamese
আমগুৰিত টাই আহোমসকলৰ পৱিত্ৰ মে-ডাম-মে-ফি উদযাপন | BulletsIn
কামৰূপ মহানগৰ জিলাত আন্তৰ্জাতিক ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস পালন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ছত্তীশগড়ৰ বলৰামপুৰৰ লুটি মথাউৰি ভাঙি একেটা পৰিয়ালৰ ৪জন লোকৰ মৃত্যু, নিৰুদ্দেশ ৩জন
Next Article ভাৰতৰ সুকান্ত কদম এছএল ৪ পেৰা বেডমিণ্টন শাখাত বিশ্বৰ এক নম্বৰ খেলুৱৈ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?