• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ
Regional

মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

CliQ INDIA
Last updated: October 12, 2025 3:45 am
CliQ INDIA
Share
1 Min Read
SHARE
মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা

গুৱাহাটী, ১১ অক্টোবৰ (হি.স.)। শুকুৰবাৰে নিশা ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীৰ গাঁও ডিমৰীয়াত শোকাৱহ ঘটনা ।মালয়বাৰীৰ স্ব– গৃহত উদ্ধাৰ কিশোৰীৰ মৃতদেহ। গাঁও ডিমৰীয়াৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘৰত কোনো নথকা অৱস্থাত মৃত্যু হয় কিশোৰী গৰাকীৰ।

কিশোৰী গৰাকী মুমূৰ্ষ অৱস্থাত দেখি হতবাক হৈ পৰে পিতৃ মাতৃ। মৃতদেহৰ ডিঙিত আঘাতৰ চিন স্পষ্ট ।যাৰ বাবে এই মৃত্যু স্বাভাৱিক নহয় বুলি দাবী পৰিয়ালৰ লোকৰ। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এইটো এক পৰিকল্পিত হত্যাকাণ্ড হব পাৰে বুলি সংবাদ মাধ্যমক অবগত কৰে।

উক্ত ঘটনাৰ সৈতে মৰিগাঁওৰ বহা বৰপাকৰ অপূৰ্ব মল্লিক নামৰ এজন যুৱকক সন্দেহ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে ক্ষেত্ৰী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কিশোৰী গৰাকী ডিমৰীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। মৃত কিশোৰী গৰাকী গাঁও ডিমৰীয়াৰ মনধন সৰকাৰৰ জ্যেষ্ঠ কন্যা অস্মিতা সৰকাৰ বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar

You Might Also Like

গুৱাহাটী মহানগৰৰ উন্মুক্ত নলা চিনাক্ত কৰাৰ বাবে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
গণৰাজ্য দিৱস–গৌৰীপুৰ প্ৰসাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী | BulletsIn
জনীয়াৰ ডাউকমাৰী-কাছুকাটীত বেঁকী নৈৰ ব্যাপক গৰাখহনীয়া
সৰভোগৰ ডেকাৰবড়ীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান
মহানগৰীৰ বিষ্ণুপথৰ শংকৰদেৱ শিশু-বিদ্যা নিকেতনত বিদ্যা ভাৰতীৰ “বন্দে মাতৰম”ৰ গৌৰৱময় ১৫০ বছৰ উদযাপন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নক্সালবাদীৰ আই ই ডি বিস্ফোৰণত আহত কোব্ৰা বেটেলিয়নৰ এজন জোৱান
Next Article অধিনায়ক হিচাপে গিলৰ পঞ্চম শতক গঢ়ি গাংগুলী, ধোনী আৰু পাটাউদীৰ সমতা স্থাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?