• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > বি টি আৰত আহিছে স্থায়ী শান্তিঃ প্ৰমোদ বড়ো
Regional

বি টি আৰত আহিছে স্থায়ী শান্তিঃ প্ৰমোদ বড়ো

CliQ INDIA
Last updated: December 16, 2023 2:30 pm
CliQ INDIA
Share
3 Min Read
SHARE

–সশস্ত্ৰ সংগঠনৰ ১,১২১ জন প্ৰাক্তন নেতা সদস্য আৰু ১১৫ জন বি পি এফৰ সদস্য়ৰ ইউপিপিএলত যোগদান

কোকৰাঝাৰ, ১৬ ডিছেম্বৰ (হি.স.): হত্যা, হিংসা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসনৰ ৰাজ চলিছিল ৷ বি পি এফ দলে ১৭ টা বছৰে শাসন কৰাৰ সুযোগ পাইছিল যদিও বি টি আৰ উন্নয়ন আৰু সুস্থ গণতন্ত্ৰ অনাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছিল বি পি এফ দল ৷ – এই মন্তব্য় বি টি আৰৰ প্ৰধান প্ৰমোদ বড়োৰ ৷ যোৱাকালি শুকুৰবাৰে আবেলি বি টি আৰৰ ৬ নং কচুগাঁও সমষ্টিৰ ৰাইখুনবাৰী খেলপথাৰত ইউ পি পি এল দলৰ যোগদান সভাত অংশ গ্ৰহণ কৰি বড়োৱে আৰু কয় যে ইউ পি পি এল দল ২০১৫ চনত জন্ম হৈছিল শান্তি, নিৰাপত্তা, ঐক্য সৃষ্টিৰ লক্ষ্যৰে ৷ ইউ পি পি এল দল বি টি আৰৰ শাসনৰ গাদীত বহাৰ লগে লগে বি টি আৰ বাসী ৰাইজ শান্তি, নিৰাপত্তা, প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ তাৰ সমান্তৰালভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হেৰাই যোৱা সমন্বয় ঘুৰাই পাইছে ৷

প্ৰমোদ বড়োৱে কয় যে বি টি চিত যি সকলে দাদা গিৰি কৰিছিল ৷ এসময়ত দাদাগিৰি কৰা সকলৰ দাদা গিৰি এতিয়া ধূলিসাৎ হৈ গৈছে ৷ আজি বি টি চিত জাতিগত হিংসা বিদ্বেষ নোহোৱা হ’ল ৷ ৭২ হেজাৰ বিষা মাটিৰ পট্ৰা দিয়া হ’ল , ১২০০ কিলোমিটাৰ ৰাস্তা পকী কৰণ হ’ল, দলং হ’ল,মহিলাক সাৱলীল কৰাৰ বাবে আত্নসহায়ক গোটক ৭৫ হেজাৰ টকা কৰি অনুদান দিয়া হ’ল, বিদ্যা্যালয় গৃহ মেৰামতি কৰা হ’ল, বি টি আৰৰ আমুল পৰিৱৰ্তন হোৱা সত্বেও বিৰোধীয়ে ইউ পি পি এল দলক সমালোচনা কৰে ৷ প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হ’ল ৷ বি টি আৰত শান্তি আহিছে মানে উন্নতিৰ ধল নামি আহিছে ৷ বি টি আৰৰ চৰকাৰে তিনিটা বছৰত বি টি আৰৰ যিমানখিনি প্ৰগতি হ’ল – বি পি এফৰ শাসনত লুণ্ঠন, ব্যভিচাৰৰ অভিলেখ গঢ়িলে ৷

ইউ পি পি এল দলৰ সম্পাদক সোমনাথ বসুমাতাৰীৰ পৰিচলনাত অনুষ্ঠিত হোৱা বিশাল যোগদান সভাত ইউ পি পি এল দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে কয় যে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে মেল মিটিঙত কয় প্ৰমোদ বড়ো হাটাও বি টি চি বাচাও শ্লোগান ৷ এই শ্লোগান যিমানে দিব সিমানে হাগ্ৰামা বি টি চিৰ পৰা হাটাও হ’ব ৷ এই শ্লোগানটো কংগ্ৰেছৰ ৰাহুল গান্ধীৰ পৰা শিকা ৷ ৰাহুল গান্ধীয়ে যেনেদৰে কয় মোদী হাটাও দেশ বাচাও ৷ ইউ পি পি এল দলৰ সভাপতি তথা বি টি আৰৰ চীফ প্ৰমোদ বড়ো এগৰাকী কৰ্মবীৰ বুলিও আখ্যায়িত কৰে সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে ৷ যোগদান সভাত ই এম উকীল মুছাহাৰী, উইলছন হাসদা, নিলুয্যত স্বৰ্গায়াৰীকে ধৰি অনেকেই উপস্থিত থকা সভাত ড্ৰাগন ফাইটাৰ, এন এল এফ বি নাছলা, আনলাৰ প্ৰাক্তন নেতা সদস্যকে ধৰি ১,১২১ গৰাকী ইউ পি পি এলত যোগদান কৰে। ইয়াৰ উপৰি বি পি এফৰ পৰা ১১৫ গৰাকীয়ে ইউ পি পি এলত যোগ দিয়ে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

You Might Also Like

ধুবুৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি জিলা কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী মমবাতি সমদল
কন্ঠশিল্পী পাপন অসুস্থ বুলি ভুৱা প্ৰচাৰ, সম্পূৰ্ণ সুস্থ শিল্পীগৰাকী
উদ্যোগ স্থাপনৰ নামত হাজাৰ হাজাৰ অপৈণত শাল গছ কটা আৰম্ভ বি পি চি এলৰ, ৰাইজৰ প্ৰতিবাদ
কাৰ্গিল বিজয় দিৱস উপলক্ষে বজালীত জোঁৰ সমদল
কলিয়াবৰৰ পূৱথৰীয়াত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আজি ভাৰত আৰু বাংলাদেশত বিজয় দিৱস উদযাপন
Next Article বেংগালুৰু এফ চিৰ কমাণ্ডৰ দায়িত্বত জেৰাৰ্ড জাৰাগোজাই
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?