• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি
Regional

তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ সফল সামৰণি

CliQ INDIA
Last updated: August 9, 2025 8:34 am
CliQ INDIA
Share
2 Min Read
SHARE

গোলাঘাট, ০৮ আগষ্ট (হি.স.)। তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাৰ আজি সফল সামৰণি গোলাঘাটৰ জোনাকী নগৰস্থিত ১৪২ বিএন চিআৰপিএফৰ মুখ্য কাৰ্যালয়ৰ আন্তঃবেটেলিয়ন অ’পছ যোৰহাট টেবুল টেনিছ প্ৰতিযোগিতা – ২০২৫ । অনুষ্ঠানৰ আৰম্ভণিতে ১৪২ বি এন চি আৰ পি এফৰ কমাণ্ডেণ্ট শ্ৰী মহিন্দৰ কুমাৰে ক্ৰীড়া আৰু প্ৰশংসনীয় প্ৰশাসনিক প্ৰদৰ্শনৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে ইউনিটৰ কৰ্মীসকলক প্ৰমাণ পত্ৰ আৰু ট্ৰফিৰে সন্মানিত কৰে।

উপস্থিত সঞ্জীৱ কুমাৰ ডিআইজি (অপাৰেচন), যোৰহাট খণ্ড, অনিল বিষ্ট, ডি আই জি, জি চি খটখটি , আৰ ডব্লিউ ডাৱা, ডি আই জি, ৰেঞ্জ খটখটি , শ্ৰী বিনয় কুমাৰ তিৱাৰী, কমাণ্ডেণ্ট, ৭ চিগনেল বি.এন , মনোজ গৌতম, কামাণ্ডেণ্ট, সঞ্জীৱ দিৱেদী, কামাণ্ডেণ্ট (চোৰাংচোৱা) , বিকাশ কুমাৰ সিনহা, কমাণ্ডেণ্ট, ১১৯ বি.এন, ড° সত্যবীৰ ভাৰ্মা, কমাণ্ডেণ্ট, ১৫৫ বি.এন অশোক কুমাৰ যাদৱ, কমাণ্ডেণ্ট, ১৭৩ বি.এন । উত্তৰ-পূব অঞ্চলৰ পৰা অংশগ্ৰহণ কৰা ১১টা চিআৰপিএফ বেটেলিয়নৰ ভিতৰত বিজয়ী আৰু ৰানাৰ্ছ আপক পুৰস্কাৰ প্ৰদান কৰা হয়।

মুখ্য ভাষণত বি.কে. টপো, আই জি (অ’পছ)য়ে প্ৰতিযোগিতাখন সফলতাৰে আয়োজন কৰাৰ ক্ষেত্ৰত ১৪২ বিএন চিআৰপিএফৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। বিভিন্ন অসামৰিক, আৰক্ষী, আৰু প্ৰশাসনিক খণ্ডৰ বিষয়া, জোৱান, তেওঁলোকৰ পৰিয়াল, আৰু অতিথিসকলৰ অংশগ্ৰহণে অনুষ্ঠানৰ সৌষ্ঠব বৃদ্ধি কৰে। সকলো গণ্যমান্য ব্যক্তি, অংশগ্ৰহণকাৰী, সহযোগী সংস্থা বিশেষকৈ গোলাঘাট ক্ৰীড়া সন্থাৰ অবিৰত সহযোগিতাৰ বাবে উপস্থিত আৰু অৱদানক স্বীকাৰ কৰি চেকেণ্ড ইন কমাণ্ডে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

ৰঙিয়া থানাত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন উপ পৰিদৰ্শক
ডিমৰীয়া মহাবিদ্যালয়ত জি এন আৰ চি হাস্পাতালৰ চিকিৎসা শিবিৰ সম্পন্ন
দৰঙ-ওদালগুৰি লোকসভা সমষ্টিত হেলাৰঙে জিকিব বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া
(আপডেট) যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু, আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন
বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণকোষত ভয়ংকৰ পথ দুৰ্ঘটনা | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিৰোধীৰ হুলস্থুলৰ বাবে সংসদৰ দুয়োটা সদনৰ কাম-কাজ ব্যাহত হৈ পৰে
Next Article মনীষা কল্যানৰ অস্মিতা লীগক যুৱ খেলুৱৈৰ বাবে ‘বিৰল মঞ্চ’ বুলি অভিহিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?