• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন
Regional

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত আহত দুজন

CliQ INDIA
Last updated: September 7, 2025 3:14 am
CliQ INDIA
Share
1 Min Read
SHARE
চাপৰৰ পাখিৰিৰতল স্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

ধুবুৰী,০৯ ছেপ্টেম্বৰ (হি.স.)। মালবাহী ট্ৰাক এখনে নিয়ন্ত্রণ হেৰুৱাই এগৰাকী পথচাৰীৰ লগতে আন এখন বাহনত খুন্দামাৰাৰ ফলত বাহন খন চিটিকি পৰাৰ লগতে ঘাইপথতেই বাগৰি পৰে মালবাহী ট্ৰাক খন ফলত এগৰাকী পথচাৰীৰ লগতে বাহন খনৰ চালক জন গুৰুতৰভাৱে আহত হয়, আহত বাহন চালক আৰু পথচাৰী গৰাকীক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰা হই যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰা মালবাহী ট্ৰাক খনৰ নম্বৰ হল বিআৰ ০১ জিপি ১০৮৬আৰু দুৰ্ঘটনাগ্ৰস্থ বাহন খনৰ নম্বৰ হল এএছ ১৭ ই আৰ ৫৫৮২,ঘটনাস্থলীত উপস্থিত হয় চাপৰ যানবাহন শাখাৰ আৰক্ষী ।

হিন্দুস্থান সমাচাৰ / Narayan Kar

You Might Also Like

ধৰমতুলৰ তেতেলিয়াত নিশা গৰু চোৰৰ সন্দেহত তিনিজনক আটক
ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
পৰকীয়া প্ৰেম কৰি ৰাইজ ৰোষত পৰিল বিবাহিত পুৰুষ মহিলা
(আপডেট) জাগীৰোডত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সদৌ তিৱা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা জুলাই মাহত স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু খাদ্য সুৰক্ষা প্ৰশিক্ষণৰ আয়োজন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মুম্বাইত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ব্যক্তিজনক নয়দাৰ পৰা গ্ৰেপ্তাৰ
Next Article ইণ্ডিয়া এ দলৰ অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে দুখন বহুদিনীয়া খেলৰ ঘোষণা, শ্ৰেয়াছ আয়াৰ অধিনায়ক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?