• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > গোলাঘাটৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্ৰৱ
Regional

গোলাঘাটৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্ৰৱ

CliQ INDIA
Last updated: November 9, 2023 1:30 pm
CliQ INDIA
Share
2 Min Read
SHARE

গোলাঘাট, ০৯ নৱেম্বৰ (হি স)। গোলাঘাট জিলাৰ মৰঙিত বনৰীয়া হাতীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন সোঁৱৰিছে বৃহত্তৰ মৰঙিবাসী ৰাইজে ৷ দিনে – নিশাই চলিব ধৰিছে হাতীৰ উপদ্ৰৱ ৷

গোলাঘাট বন সংমণ্ডলৰ অধীনৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁৱত বন্যহস্তীৰ বাবেই যোৱা প্ৰায় এটা মাহ ধৰি এক ওলাব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে ৷ নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ বৃহৎ জাক এটাই বৃহত্তৰ মৰঙিৰ মিৰিপথাৰ, ধলাগুৰি, ধলাকছাৰী, তেলীয়াগাঁও, শ’লমাৰি, ২ নং কৈৱৰ্ত্ত, ৩ নং কৈৱৰ্ত্ত, পাতকটীয়া, ধলাখাত, মিঠাআম চাপৰি, পানীকৰা, হালধিবাৰী, আখৈফুটিয়া, সাৰৰ গাওঁ আদি গাঁৱৰ খেতিপথাৰ তহিলং কৰাৰ লগতে হাতীৰ আক্ৰমণত কেবাজনো লোক আহতো হৈছে ৷ ৮০-৯০ টা হাতীৰ জাকটো নিশা হ’লেই চাৰিওফালে সিঁচৰতি হৈ পৰাৰ বাবে যিকোনো ঠাইতে হাতীৰ মুখামুখি হোৱাৰ সম্ভাৱনা থকাৰ বাবে মানুহৰ স্বাভাৱিক জীৱনযাত্ৰাতো প্ৰভাৱ পৰিছে ৷ হাতীৰ বাবেই মৰঙিৰ অধিকাংশ খেতিপথাৰ ছন পৰি থাকিল আৰু য’ত অলপমানো একাংশ কৃষকে আধিয়াৰ খেতি কৰা হ’ল, সেয়া এতিয়া হাতীৰ খাদ্যত পৰিণত হোৱাত কৃষকে মূৰেকপালে হাত দিবলগীয়া হৈছে৷

বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসুদন সোঁৱৰা মৰঙিবাসী ৰাইজ ক্ষোভিত হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে ৷ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনৰক্ষীসকলে হাতীৰ জাকটো জনাঞ্চল আৰু খেতিপথাৰৰ পৰা বনাঞ্চললৈ ঘূৰাই পঠাবলৈ কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই বুলি অভিযোগ তুলিছে গাঁৱৰ কৃষক ৰাইজে ৷ যি বন বিভাগে পূৰ্বে বনৰক্ষীৰ অভাৱৰ কথা কৈ আহিছিল, সেই বন বিভাগত নতুনকৈ বহুতো লোক নিয়োজিত হোৱাৰ পাছতো একো পৰিবৰ্তন নহ’ল৷ চৰকাৰেও সময়ে সময়ে হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ কথা কৈ থাকে যদিও কাৰ্যক্ষেত্ৰত তাৰ প্ৰতিফলন দেখিবলৈ পোৱা নাই ৷ সংশ্লিষ্ট বিভাগ আৰু চৰকাৰৰ, বিধায়ক বিশ্বজিত ফুকনৰ এই উদাসীনতাৰ বাবে অঞ্চলটোৰ ক্ষোভিত কৃষক ৰাইজে ৰাজপথত নামি চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰিব বুলিও সকিয়াই দিয়ে ৷

হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ

You Might Also Like

গোলকগঞ্জত বালি মাফিয়াৰ সাংবাদিকক আক্ৰমণ
গৌৰীপুৰৰ বগৰিবাৰী উপ ডাক ঘৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ
পৰিকল্পনাবিহীনভাবে পথ নিৰ্মাণ কৰাৰ ফলত ধূলি আৰু ধোঁৱাত বিপৰ্য্যস্ত দিখৌমুখৰ ৰাইজ
সোণাপুৰ আৰক্ষীৰ জালত ট্ৰাক হাইজেকাৰ দলৰ দুজন সদস্য
আমিনগাঁও জয়গুৰুৰ বাথৌগুৰিত ভয়ংকৰ বনজুই | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দিল্লী-এনচিআৰত প্ৰদূষণ বিপদজনক স্তৰত, সামগ্ৰিকভাৱে একিউআই ৪২৬ লিপিবদ্ধ
Next Article ৰাষ্ট্ৰীয় ক্ৰীড়া: মহাৰাষ্ট্ৰৰ সৈতে চাৰ্ভিচেজৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?