• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ৰাজস্থানৰ দিদৱানা জিলাত মাল ট্ৰেইনৰ ৭টা ডবা লাইনচ্যুত, সলনি হ’ল ৭খন ৰে’লৰ পথ
National

ৰাজস্থানৰ দিদৱানা জিলাত মাল ট্ৰেইনৰ ৭টা ডবা লাইনচ্যুত, সলনি হ’ল ৭খন ৰে’লৰ পথ

CliQ INDIA
Last updated: July 19, 2025 4:01 am
CliQ INDIA
Share
2 Min Read
SHARE

জয়পুৰ, ১৮ জুলাই (হি.স.)। ৰাজস্থানৰ দিদৱানা জিলাৰ গাছিপুৰা ৰে’ল ষ্টেচনৰ সমীপত শুকুৰবাৰে পুৱা এখন মাল ট্ৰেইনৰ ৭টা ডবা লাইনচ্যুত হয় । এই ঘটনাৰ বাবেই ৰে’ল যাতায়ত ক্ষতিগ্ৰস্ত হৈছে। মেৰটা ৰোডৰ পৰা ফুলেৰালৈ গৈ আছিল মালবাহী ট্ৰেইনখন।

এই দুৰ্ঘটনাৰ পিছত দুখন ৰে’ল বিভিন্ন ষ্টেচনত ৰখাই দিয়া হয়। ইয়াৰ বাহিৰেও সাতখন ৰে’লৰ পথ সলনি কৰা হৈছে। ঘটনা সন্দৰ্ভত ৰে’ল বিভাগৰ বিষয়াক ততাতৈয়াকৈ অৱগত কৰাৰ পিছতে যোধপুৰৰ পৰা এটা দলক সেই স্থানলৈ মাতি অনা হৈছে। ইঞ্জিনিয়াৰৰ এটা দলো মেৰটা ৰোড জংচনৰ পৰা বিশেষ ৰে’ল যোগে সেই স্থানত উপস্থিত হৈছে। ৰে’ল বিভাগৰ বিষয়াসকলে দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্ত কৰি অতি সোনকালে ৰে’ল যাতায়ত পুনৰুদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

উত্তৰ পশ্চিম ৰে’লৱেৰ জ্যেষ্ঠ জনসংযোগ বিষয়াগৰাকীয়ে জনোৱা মতে, উত্তৰ পশ্চিম ৰে’লৱেৰ যোধপুৰ সংমণ্ডলৰ মেৰতা ৰোড-ফুলেৰা ৰে’ল বিভাগৰ মাজৰ গছিপুৰা ষ্টেচনত এখন মালবাহী ট্ৰেইনৰ ৭টা ডবা লাইনচ্যুত হোৱাৰ ফলত ৭খন ৰে’ল ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত ৰে’লৰ পথ সলনি কৰা হৈছে।

তেওঁ জনোৱা মতে, দুৰ্ঘটনাটোৰ বাবেই ৰে’ল নম্বৰ ১৯৭২০ চুৰাটগড়-জয়পুৰ এক্সপ্ৰেছ, ৰে’ল নম্বৰ ১৪০৮৭ দিল্লী-জয়ছালমেৰ এক্সপ্ৰেছ, ৰে’ল নম্বৰ ১২৪৬৮ জয়পুৰ-জয়ছলমেৰ এক্সপ্ৰেছ ৰে’ল সেৱা, ৰে’ল নম্বৰ ১৮৫৭৩ বিশাখাপট্টনম-ভগত কি কোঠি এক্সপ্ৰেছ, ৰে’ল নম্বৰ ১২৪৬৫ ইন্দোৰ-যোধপুৰ এক্সপ্ৰেছ, ৰে’ল নম্বৰ ১৪৬৬২ৰ পথ জম্মু তাৱি-বাৰ্মাৰ এক্সপ্ৰেছ আৰু ৰে’ল নম্বৰ ২২৯৭৮ যোধপুৰ-জয়পুৰ এক্সপ্ৰেছ সলনি কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

নৱেম্বৰ মাহত আৰম্ভ হ’ব পশ্চিম বংগত এছআইআৰ প্ৰক্ৰিয়া, জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব কাম
বিহাৰৰ ভোজপুৰত এটা পৰিয়ালৰ ৫ জন সদস্যৰ বিষপান, ৩ জনৰ মৃত্যু আৰু ২ জনৰ অৱস্থা সংকটজনক | BulletsIn
কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় ছেঠক হত্যাৰ ভাবুকি দিয়া লোকক গ্ৰেপ্তাৰ
মণিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত তিনিখন জিলাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ
প্ৰধানমন্ত্ৰী মোদীৰ আজিৰে পৰা দুদিনীয়াকৈ গুজৰাট ভ্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাৰ পপ গায়িকা তথা অভিনেত্ৰী কনি ফ্ৰান্সিছৰ ৮৭ বছৰ বয়সত মৃত্যু হয়
Next Article গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগৰ দলে ঘৰে ঘৰে গৈ চলাইছে জৰীপ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?