• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বিহাৰৰ গয়াজীত গ্ৰেপ্তাৰ অমৃতসৰ মন্দিৰৰ গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ড সৰণজীত ওৰফে ছানী
National

বিহাৰৰ গয়াজীত গ্ৰেপ্তাৰ অমৃতসৰ মন্দিৰৰ গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ড সৰণজীত ওৰফে ছানী

CliQ INDIA
Last updated: September 6, 2025 5:41 pm
CliQ INDIA
Share
1 Min Read
SHARE

পাটনা, ০৬ ছেপ্টেম্বৰ (হি.স.)। বিহাৰৰ গয়াজীৰ পৰা যোৱা নিশা অমৃতসৰ মন্দিৰৰ গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিস্তানী সৰণজীত ওৰফে ছানীক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলে (এনআইএ) গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা সাৰঞ্জিতে এইকেইদিন নিজৰ পৰিচয় লুকুৱাই বিহাৰত বাস কৰিছিল। এই ইনপুট পোৱাৰ পিছত এন আই এৰ দলে অভিযান চলাই গভীৰ নিশা গ্ৰেপ্তাৰ কৰে।

শেহতীয়াকৈ এন আই এৰ দলটোৱে বিহাৰত সৰণজীত সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত দলটোৱে তেওঁৰ কাৰ্যকলাপ অহৰহ নিৰীক্ষণ কৰি আছিল। শুকুৰবাৰে গভীৰ নিশা এন আই এৰ দলটোৱে জিলাখনৰ শ্বেৰঘাটী থানা এলেকাৰ গোপালপুৰ গাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই সাৰঞ্জিতক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত শ্বেৰঘাটী আৰক্ষীও থিতাতে উপস্থিত আছিল।

গ্ৰেপ্তাৰৰ পিছত শনিবাৰে পুৱা সৰণজিতৰ সৈতে গয়াজীৰ পৰা চণ্ডীগড় অভিমুখে ৰাওনা হয় এনআইএৰ দলটো। শ্বেৰঘাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত কুমাৰে জনোৱা মতে, সৰণজিতক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুৱা তেওঁৰ সৈতে এনআইএৰ দল চণ্ডীগড়লৈ ৰাওনা হয়। চণ্ডীগড়ত এন আই এয়ে জেৰা কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাষ্ট্ৰপতি মুৰ্মুৰ ৩দিনীয়া অযোধ্যা ভ্ৰমণ আৰম্ভ, ৰাম মন্দিৰত পূজা আগবঢ়াব
অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰ সেৱাৰ স্মৰণ
বিশিষ্ট সাহিত্যিক হৰিৰাম দ্বিবেদীৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ
জয়পুৰত আজিৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মিলন
ডোডাৰ এনকাউণ্টাৰত আহত ৫ সেনা জোৱান আৰু এজন আৰক্ষী বিষয়া

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভেনিজুৱেলাই ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰলৈ আমেৰিকাৰ বিধ্বংসক জাহাজৰ চাৰিওফালে উৰুৱালে সামৰিক বিমান
Next Article বৰপেটাৰ সুন্দৰীদিয়াৰ উত্তৰহাটীত পথ দুৰ্ঘটনাত মহিলা নিহত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?