• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আজি চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা
National

আজি চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা

CliQ INDIA
Last updated: December 3, 2023 11:00 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৩ ডিছেম্বৰ (হি.স.)। দেশৰ চাৰিখন ৰাজ্য, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু তেলেংগানাত আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। ইয়াৰ লগে লগে এই চাৰিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰা আহিবলৈ আৰম্ভ কৰিব। দুপৰীয়া ১ বজাৰ ভিতৰত ছবিখন বহু পৰিমাণে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। যোৱামাহত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা, মিজোৰামৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই পাঁচখন ৰাজ্যৰ ভোটগণনা ৩ ডিচেম্বৰত হোৱাৰ কথা আছিল যদিও ইয়াৰে মিজোৰামত নিৰ্বাচন আয়োগে ভোটগণনাৰ তাৰিখ সলনি কৰিছে। মিজোৰামত ভোটগণনা ৩ ডিছেম্বৰৰ পৰিৱৰ্তে ৪ ডিছেম্বৰত কৰা হ’ব।

ছত্তীশগড়ত ৯০খন বিধানসভাৰ আসন আছে। ইয়াত অহা ৭ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ কৰা হৈছিল। ছত্তীশগড়ৰ ২০ খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ ৭ নৱেম্বৰ, দ্বিতীয় পৰ্যায়ত ১৭ নৱেম্বৰত ৭০ খন আসনৰ ভোটগ্ৰহণ কৰা হৈছিল।

ইফালে ২৩০ জনীয়া মধ্য প্ৰদেশ বিধানসভাৰ ১৭ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হৈ যায়। ৰাজস্থানত ২০০খন বিধানসভাৰ আসন আছে যদিও কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকীৰ মৃত্যুৰ পিছত মাত্ৰ ১৯৯খন আসনত যোৱা ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হয়। তেলেংগানাত মুঠ ১১৯খন বিধানসভাৰ আসন আছে। ইয়াত ৩০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ইফালে চল্লিশজনীয়া মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৭ নৱেম্বৰত অনুষ্ঠিত হৈছিল।

আজি ভোটগণনা কৰা চাৰি ৰাজ্যৰ ভিতৰত ২০০৩ চনৰ পৰা মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ ক্ষমতা আছে। ২০১৮ চনত চৰকাৰ গঠন কৰাৰ পিছতো কংগ্ৰেছে ক্ষমতা অক্ষুণ্ণ ৰাখিব পৰা নাছিল। বিজেপি পুনৰ ক্ষমতালৈ আহে আৰু চতুৰ্থবাৰৰ বাবে শিৱৰাজ সিং চৌহান মুখ্যমন্ত্ৰী হয়।

১৯৯৮ চনৰ পৰা ৰাজস্থানত পৰ্যায়ক্ৰমে কংগ্ৰেছ আৰু বিজেপি ক্ষমতালৈ আহিছে। এইবাৰ কংগ্ৰেছে পুৰণি পেঞ্চন আৰু ইয়াৰ নিশ্চয়তাৰ ভিত্তিত ক্ষমতা সলনিৰ পৰম্পৰা সলনি হোৱাৰ দাবী কৰিছে। কিন্তু বিজেপিয়ে এই নিয়ম সলনি কৰাৰ আশা কৰিছে। এগজিট প’লত দাবী কৰা হৈছে যে এইবাৰ তেলেংগানাত কংগ্ৰেছে ভাৰত ৰাষ্ট্ৰ সমিতিতকৈ জনসাধাৰণৰ আস্থা অধিক লাভ কৰিছে। আনহাতে এইবাৰ ছত্তীশগড়ত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ কংগ্ৰেছে হাহাকাৰ কৰিব লগা হৈছে।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ

You Might Also Like

ক’ভিডৰ সময়ত কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা ১১ জন চৰকাৰী কৰ্মচাৰীৰ পৰিয়াললৈ এক কোটি টকাকৈ সাহায্য প্ৰদান
ঝাৰখণ্ডঃ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষিত নক্সালবাদীৰ এনকাউণ্টাৰত নিহত
বিজেপি নেতা প্ৰিণ্টু মহাদেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছৰ
প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্জিয়া মেলোনীক মেলোডি উপহাৰ প্ৰদান কৰাৰ ফলত পাৰ্লে টফিৰ বিশ্বব্যাপী চাহিদা বৃদ্ধি পাইছে
এন এছ এ ডোভালক সাক্ষাৎ কৰি আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article তেজপুৰত ড্ৰাগছসহ তিনি মহিলা কৰায়ত্ত
Next Article ধেমাজিৰ চমকং লম্বা মিচিং গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?