• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > মাতা সীতাৰ জন্মস্থান পুনৌৰাধামৰ উন্নয়নৰ বাবে নীতিশ কেবিনেটৰ প্ৰায় ৮৮৩ কোটি টকা অনুমোদন
National

মাতা সীতাৰ জন্মস্থান পুনৌৰাধামৰ উন্নয়নৰ বাবে নীতিশ কেবিনেটৰ প্ৰায় ৮৮৩ কোটি টকা অনুমোদন

CliQ INDIA
Last updated: July 2, 2025 5:55 am
CliQ INDIA
Share
2 Min Read
SHARE

– বৈঠকত ২৪টা প্ৰস্তাৱ অনুমোদন, মুখ্যমন্ত্ৰী শিল্পী পেঞ্চন আঁচনিৰো অনুমোদন

পাটনা, ০১ জুলাই (হি.স.)। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ অযোধ্যাৰ মতে মাতৃ সীতাৰ জন্মস্থান সীতামঢ়িৰ পুনৌৰাধামৰ উন্নয়নৰ বাবে ৮৮২ কোটি ৮৭ লাখ টকাৰ অনুমোদনকে ধৰি ২৪টা প্ৰস্তাৱ অনুমোদন কৰা হৈছে।

আজি কেবিনেট বৈঠকত ২৪টা এজেণ্ডাৰ ভিতৰত মুখ্যমন্ত্ৰী শিল্পী পেঞ্চন আঁচনিতো অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত বিহাৰ ৰাজ্যৰ চহকী সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে অহৰহ অৰিহণা যোগোৱা ৰাজ্যৰ জ্যেষ্ঠ শিল্পী আৰু জীৱিকা সংকটৰ সৈতে যুঁজি থকা উৎকৃষ্ট শিল্পীসকলক ৩০০০ টকাৰ পেঞ্চন দিয়া হ’ব। লগতে মুখ্যমন্ত্ৰীৰ প্ৰতিজ্ঞা যোজনাৰ অধীনত ২০২৫-২৬ চনত ৫০০০ হিতাধিকাৰী আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ লৈকে ১,০০,০০০ যুৱক-যুৱতীক উপকৃত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

বিহাৰত আৰম্ভ হ’ব মুখ্যমন্ত্ৰী গুৰু শিষ্য পৰম্পৰা যোজনা। ইয়াৰ বাবে ২০২৫-২৬ চনত ১ কোটি ১১ লাখ ৬০,০০০ টকাৰ প্ৰশাসনিক অনুমোদন লাভ কৰা হৈছে। কেন্দ্ৰীয় পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান আঁচনিৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৩৬৩৫.১৫ লাখ টকাৰ প্ৰশাসনিক অনুমোদন দিয়া হৈছে।

চতুৰ্থ কৃষি পথ মানচিত্ৰ আঁচনিৰ অধীনত কৃষি সম্প্ৰসাৰণ আঁচনিৰ উপ-মিছন ৰূপায়ণৰ বাবে অনুমোদন লাভ কৰা হৈছে। বামেটি আৰু জিলা পৰ্যায়ৰ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৮০ কোটি ৯৯ লাখ ২০০০০ টকা অনুমোদন দিয়া হৈছে।

চতুৰ্থ কৃষি পথ মানচিত্ৰৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতাত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কাম কৰা হ’ব। ভূমি পৰীক্ষণ পৰীক্ষাগাৰ স্থাপনৰ বাবে ২০২৫-২৬ ত ৩০ কোটি ৪৯ লাখ ৩৭, ২২৭ টকাৰ অনুমোদন দিয়া হৈছে।

বিহাৰ বিধানসভা সচিবালয়ত প্ৰশাসনিক কেডাৰত সঞ্চালক ৰাজীৱ কুমাৰৰ ঠিকাভিত্তিক নিয়োগ সমাপ্ত হোৱাৰ পিছত ১-৭-২০২৫ৰ পৰা সঞ্চালক পদত ঠিকাভিত্তিক নিয়োগ ১ বছৰৰ বাবে বৃদ্ধি কৰাৰ অনুমোদন দিয়া হৈছে।

অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক বিশেষ টাস্ক ফ’ৰ্চ ৰমাকান্ত প্ৰসাদৰ পুনৰ নিযুক্তিৰ সময়সীমা ১-৭- ২০২৫ৰ পৰা ৩০.৬.২০২৬লৈ ১ বছৰ বৃদ্ধি কৰা হৈছে। বিহাৰ ৰাজ্যিক পৰ্যায়ৰ পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম কাছাৰীৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী চিকিৎসা সাহায্য পুঁজিৰ পৰা অনুদানৰ সুবিধা প্ৰদান কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষৰ সংসদ পৰিসৰত ভগৱান বীৰছা মুণ্ডালৈ পুস্প শ্ৰদ্ধাঞ্জলি জ্ঞাপন
আজি অসমত উপস্থিত হ'ব ভূটানৰ ৰজা ৱাংচুক
ৰাষ্ট্ৰপতিৰ আই এ এছ বিষয়াসকলক প্ৰতিৰক্ষা বিত্তীয় ব্যৱস্থাপনাত উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতা ত্বৰান্বিত কৰাৰ আহ্বান
শিৱৰাজ চৌহানৰ প্ৰধানমন্ত্ৰী মোডীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন, তেওঁলোকৰ প্ৰথম সাক্ষাৎকাৰৰ কাহিনী পুনৰ আলোকপাত
প্ৰধানমন্ত্ৰী মোডীৰ শপত গ্ৰহণ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এটিএফৰ মূল্য ৭.৫ শতাংশ বৃদ্ধি, নতুন হাৰ কাৰ্যকৰী
Next Article বঙাইগাঁৱত বিদ্যুৎ খুঁটাত কাম কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ আহত কৰ্মচাৰী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?