• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসীত ১১ ছেপ্টেম্বৰত মৰিচাছৰ সমকক্ষৰ সৈতে  দ্বিপাক্ষিক বাৰ্তালাপ
National

প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসীত ১১ ছেপ্টেম্বৰত মৰিচাছৰ সমকক্ষৰ সৈতে  দ্বিপাক্ষিক বাৰ্তালাপ

CliQ INDIA
Last updated: September 8, 2025 3:33 pm
CliQ INDIA
Share
2 Min Read
SHARE

বাৰাণসী (উত্তৰ প্ৰদেশ), ০৮ ছেপ্টেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১১ ছেপ্টেম্বৰত মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীৰ নাদেছাৰৰ এখন তাৰকা হোটেলত দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব। গোলকীয় কূটনীতিৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ এই আলোচনাৰ প্ৰস্তুতি চলি আছে। জিলা প্ৰশাসনৰ বিষয়াসকলে জনোৱা মতে, মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলাম এতিয়া তিনিদিনীয়া ভ্ৰমণসূচীৰে কাশীলৈ আহিব। অহা ১০ ছেপ্টেম্বৰৰ সন্ধিয়া কাশীত উপস্থিত হ’বহি অতিথি প্ৰধানমন্ত্ৰী গৰাকী। পাছদিনা ১১ ছেপ্টেম্বৰত দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া গংগা আৰতি দৰ্শন কৰিব। ১২ ছেপ্টেম্বৰৰ পুৱা তেওঁ শ্ৰী কাশী বিশ্বনাথ ভ্ৰমণ কৰি বাৰাণসী এৰিব।

ইফালে অহা ১১ ছেপ্টেম্বৰত দুপৰীয়া বাৰাণসীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী। তেওঁৰ বাৰাণসী ভ্ৰমণ প্ৰায় ডেৰ ঘণ্টাৰ হ’ব। দিনৰ ১২ বজাত বাবাতপুৰ বিমানবন্দৰত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু বায়ুসেনাৰ হেলিকপ্টাৰেৰে বিমানবন্দৰৰ পৰা পুলিচ লাইনলৈ যাব। পুলিচ লাইনৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজতে তেওঁ পোনে পোনে পথেৰে নদেচৰৰ তাজ হোটেলত উপস্থিত হ’ব। প্ৰায় ১.৩০ বজাত দিল্লীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

প্ৰধানমন্ত্ৰী মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা পৌৰ নিগম প্ৰশাসনে এক বিশেষ স্বচ্ছতা অভিযান আৰম্ভ কৰিছে। পৌৰ আয়ুক্তগৰাকীৰ মতে, এই বিশেষ স্বচ্ছতা অভিযানৰ উদ্দেশ্য কেৱল প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে চহৰখনক পৰিষ্কাৰ আৰু সুন্দৰ কৰি তোলাই নহয়, ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ চহৰখনতে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সৌন্দৰ্য্যবৰ্ধনৰ বাৰ্তা প্ৰদান কৰা।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ইন্দোৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আৱেগিক বিদায়
অযোধ্যাধামত ৰামলালাৰ জীৱন অভিষেক অনুষ্ঠানৰ পঞ্চম দিন
উত্তৰ প্ৰদেশৰ আমৰোহা, সাংসদত দামোহ আৰু মহাৰাষ্ট্ৰৰ ৱৰ্ধাত আজি প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভা
সকলো বয়সৰ লোকৰ গতিশীলতা বৃদ্ধিৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপি গুৰুত্বপূৰ্ণ: জে পি নড্ডা
সাংসদসকলৰ দৰমহা, ভাট্টা আৰু পেঞ্চন বৃদ্ধি | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰ উৰ্ধগামী, চেন্সেক্স আৰু নিফটি উত্থান
Next Article ভাৰতৰত্ন ড' ভূপেন হাজৰিকাৰ আজি জন্ম শতবার্ষিকী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?