নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক জন্মদিনৰ শুভেচ্ছা জনায়। অভিনন্দন বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে দেশৰ বিমান আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সিন্ধিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেবিনেট মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অৰ্থনৈতিক প্ৰগতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। অভিনন্দন বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দীৰ্ঘ আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
