নতুন দিল্লী, ০৯ আগষ্ট (হি.স.)। দিল্লী-এনচিআৰত ৰাখী বন্ধনৰ দিনা শনিবাৰে ধাৰাবাহিকভাৱে ধাৰাসাৰ বৰষুণ হৈ থকাৰ ফলত বহু অঞ্চলত পানী জমা হোৱা পৰিলক্ষিত হৈছে। শুকুৰবাৰে নিশাও দিল্লীকে ধৰি এনচিআৰৰ বেছিভাগ অঞ্চলতে ধাৰাসাৰ বৰষুণ হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে দিল্লীত বজ্ৰপাতৰ সৈতে প্ৰচণ্ড বৰষুণৰ ভৱিষ্যদ্বাণী কৰি ৰেড এলাৰ্ট জাৰি কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
