• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে চি পি ৰাধাকৃষ্ণণৰ শপত গ্ৰহণ
National

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে চি পি ৰাধাকৃষ্ণণৰ শপত গ্ৰহণ

CliQ INDIA
Last updated: September 12, 2025 9:07 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি স)। দেশৰ নৱ নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি হিচাপে শুকুৰবাৰে শপত গ্ৰহণ কৰে চি পি ৰাধাকৃষ্ণণে। তেওঁ দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে চি পি ৰাধাকৃষ্ণণক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।

শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাকে ধৰি কেবিনেটৰ সদস্যসকল উপস্থিত থাকে। শপত গ্ৰহণ অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ লগতে এন ডি এ সমষ্টিৰ দলসমূহৰ নেতাসকলো উপস্থিত থাকে। অনুষ্ঠানত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰো উপস্থিত থাকে।

উল্লেখযোগ্য যে যোৱা মঙলবাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণণে জয়লাভ কৰে। নিৰ্বাচনত তেওঁ লাভ কৰে ৪৫২টা ভোট। ইয়াৰ বৃহস্পতিবাৰে তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল পদৰ পৰা পদত্যাগ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিব পৰা যাব বুলি কোনেও বিশ্বাস কৰা নাছিল: অমিত শ্বাহ
অসমত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিমানবন্দৰত মুখ্যমন্ত্ৰীৰ আদৰণি
মণিপুৰত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ কেইবাজনো সদস্য গ্ৰেপ্তাৰ
পশ্চিম বংগই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্মচাৰীসকলৰ বকেয়া ডিএ পৰিশোধ কৰিলে
অ’ক্সফৰ্ড বিশ্ববিদ্যালয়ৰ জিছাছ কলেজত উজলিল অসমৰ অনন্ত সৃষ্টি “সত্ৰীয়া নৃত্য”

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বৈঠকৰ সময়ত পৰিৱৰ্তনে নেপালত অন্তৱৰ্তীকালীন চৰকাৰ গঠন আৰু সংসদ ভংগ, সান্ধ্য আইন শিথিল কৰাৰ আহ্বান জনায়
Next Article বিজনীৰ ১৮ নং মানাস চেৰফাং পৰিষদীয় সমষ্টিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?