উত্তৰকাশী, ১৯ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰী আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ছিলক্যাৰা সুৰংগত চলি থকা সাহায্য আৰু উদ্ধাৰ কামৰ স্থানীয় পৰিদৰ্শন আৰু পৰ্যালোচনাৰ বাবে ছিলক্যাৰাত উপস্থিত হৈছে। তেওঁলোকৰ লগত ৰাজ্যিক মুখ্য সচিব এছ এছ সন্ধুও আছে।
হিন্দুস্থান সমাচাৰ/চিৰঞ্জীৱ/মনোজ
