• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিশেষ নিবিড় পুনৰীক্ষণ, ১.৬২ লাখ ভোটগ্ৰহণ বুথত একেলগে অভিযান
National

উত্তৰ প্ৰদেশত আৰম্ভ হৈছে বিশেষ নিবিড় পুনৰীক্ষণ, ১.৬২ লাখ ভোটগ্ৰহণ বুথত একেলগে অভিযান

CliQ INDIA
Last updated: October 29, 2025 4:25 am
CliQ INDIA
Share
2 Min Read
SHARE

ৰাজ্যৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ নাথাকিব

লক্ষ্ণৌ, ২৮ অক্টোবৰ (হি.স.)। ভাৰতৰ নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ত উত্তৰ প্ৰদেশকে ধৰি ১২খন ৰাজ্যৰ ভোটাৰ তালিকাৰ পুংখানুপুংখ পুনৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰায় ২২ বছৰৰ মূৰত আজি ২৮ অক্টোবৰ, ২০২৫ তাৰিখে পুনৰ আৰম্ভ হৈছে এই বিশেষ অভিযান। এই পুনৰীক্ষণ উত্তৰ প্ৰদেশৰ ১৬২,৪৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত একেলগে কৰা হ’ব, আৰু ইয়াৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিত এজন নিৰ্বাচনী পঞ্জীয়ন বিষয়া নিয়োগ কৰা হৈছে আৰু প্ৰতিটো ভোট কেন্দ্ৰত এজন বুথ পৰ্যায়ৰ বিষয়া নিয়োগ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই উল্লেখ কৰে যে বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) সফলতাৰে পৰিচালনা কৰিবলৈ সকলো জিলা নিৰ্বাচনী বিষয়া, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, আৰু বিএলঅ’ক প্ৰশিক্ষণ দিয়া হৈছে। নিৰ্ধাৰিত সময়সূচী অনুসৰি ২৮ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈকে প্ৰস্তুতি, প্ৰশিক্ষণ, আৰু ফৰ্ম ছপা কৰা হ’ব। ৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ বিএলঅ’সকলে ঘৰে ঘৰে গৈ গণনাৰ প্ৰ-পত্ৰ বিতৰণ কৰিব আৰু সম্পূৰ্ণ কৰাৰ পিছত সংগ্ৰহ কৰিব। ৯ ডিচেম্বৰত প্ৰকাশ পাব ভোটাৰ তালিকাৰ খচৰা।

মুখ্য নিৰ্বাচনী বিষয়া ৰিনৱাই কয় যে ৯ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈকে দাবী আৰু আপত্তি লাভ কৰা হ’ব, ৩১ জানুৱাৰীৰ ভিতৰত ইয়াৰ নিষ্পত্তি সম্পূৰ্ণ হ’ব। ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। উত্তৰ প্ৰদেশত প্ৰায় ১৫.৪৪ কোটি ভোটাৰ আছে। ৭৫ জন জিলা নিৰ্বাচন বিষয়া, ৪০৩ জন নিৰ্বাচন পঞ্জীয়ন বিষয়া, ২০৪২ জন সহকাৰী বিষয়া, আৰু ১,৬২,৪৮৬ জন বুথ পৰ্যায়ৰ বিষয়াই কাম কৰি আছে।

তেওঁ উল্লেখ কৰে যে কোনো ভোট কেন্দ্ৰত যাতে ১২০০ তকৈ অধিক ভোটাৰ নাথাকে তাৰ বাবে এই সময়ছোৱাত ভোটকেন্দ্ৰসমূহৰ পৰীক্ষণ আৰু সালসলনিও কৰা হ’ব। বিশেষ নিবিড় পুনৰীক্ষণ অভিযানত সকলো ৰাজনৈতিক দল আৰু ভোটাৰক সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ মুখ্য নিৰ্বাচনী বিষয়া নৱদীপ ৰিনৱাই আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিব পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা | BulletsIn
উন্নয়ন আৰু আইন-শৃংখলাৰ বিষয়ত যুৱ-মহিলা ভোটাৰ একত্ৰিত: ধৰ্মেন্দ্ৰ প্ৰধান
ভাৰতৰ ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তান আৰু পিঅ’কেৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত ক্ষেপণাস্ত্ৰ আক্ৰমণ | BulletsIn
বজৰং পুনিয়াৰ আখৰাথলীত ৰাহুল গান্ধী, মল্লযুঁজাৰুৰ সৈতে আলোচনা
সুভাসপাৰ সভাপতি ৰাজভৰৰ জে পি নড্ডাক সাক্ষাৎ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Next Article কাছাড়ত ব্যাপক উৎসাহেৰে ষট পূজা পালন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?