• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসত ২৭ ছেপ্টেম্বৰ: পৰ্যটনক প্ৰসাৰিত কৰোঁ আহক
National

ইতিহাসত ২৭ ছেপ্টেম্বৰ: পৰ্যটনক প্ৰসাৰিত কৰোঁ আহক

CliQ INDIA
Last updated: September 26, 2025 9:05 pm
CliQ INDIA
Share
4 Min Read
SHARE

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। ১৯৮০ চনত ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই প্ৰতিষ্ঠা কৰা এই দিৱসটোৰ লক্ষ্য হৈছে বিশ্ব পৰ্যটনক প্ৰচাৰ কৰা আৰু ইয়াৰ সামাজিক, সাংস্কৃতিক, আৰু অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক বৈচিত্ৰ্য, আৰু ঐতিহাসিক স্থানৰ বাবে ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকক আকৰ্ষণ কৰে। ভাৰতৰ অৰ্থনীতিত পৰ্যটনৰ যথেষ্ট অৰিহণা আছে আৰু লাখ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰে। ভাৰতে ২০০২ চনত অতুলনীয় ভাৰতৰ দৰে আঁচনিও আৰম্ভ কৰিছিল পৰ্যটনক প্ৰসাৰিত কৰাৰ লগতে দেশখনলৈ পৰ্যটকক আকৰ্ষণ কৰিবলৈ।

এইবাৰৰ বিশ্ব পৰ্যটন দিৱস (২০২৫)ৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু বহনক্ষম পৰিৱৰ্তন। এই বিষয়বস্তুৱে এই কথাটোকে উজ্জ্বল কৰি তুলিছে যে পৰ্যটন কেৱল এক অৰ্থনৈতিক কাৰ্যকলাপ নহয় বৰঞ্চ ইতিবাচক পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যমো হ’ব পাৰে। মন কৰিবলগীয়া যে প্ৰতিটো পৰ্যটন নীতি আৰু পৰিকল্পনাত বহনক্ষম উন্নয়ন, সামাজিক অন্তৰ্ভুক্তি, আৰু উদ্ভাৱনক অন্তৰ্ভুক্ত কৰাতো প্ৰয়োজনীয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১২৯০ – চিলিৰ চীন উপসাগৰত হোৱা ভূমিকম্পত প্ৰায় এক লাখ লোকৰ মৃত্যু হয়।

১৭৬০ – মিৰ কাছিম বংগৰ নবাব হয়।

১৮২১ – মেক্সিকোৱে স্বাধীনতা লাভ কৰে।

১৮২৫ – ইংলেণ্ডত ষ্টকটন-ডাৰ্লিংটন লাইন মুকলি হোৱাৰ লগে লগে বিশ্বৰ প্ৰথমটো ৰাজহুৱা ৰে’ল পৰিবহণ আৰম্ভ হয়।

১৯৪০ – দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালী, জাৰ্মানী আৰু জাপানে অক্ষ চুক্তি স্বাক্ষৰ কৰে।

১৯৫৮ – মিহিৰ সেন ব্ৰিটিছ চেনেল পাৰ হৈ সাঁতুৰি যোৱা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয়।

১৯৬১ – ছিয়েৰা লিয়ন ৰাষ্ট্ৰসংঘৰ ১০০ সংখ্যক সদস্য হয়।

১৯৮৮ – কেপ কানাভেৰালৰ পৰা আমেৰিকাৰ মহাকাশযান ডিস্কভাৰী উৎক্ষেপণ কৰা হয়।

১৯৯৫ – আমেৰিকাৰ মধ্যস্থতাত বছনিয়াত যুদ্ধংদেহী তিনিওটা পক্ষৰ মাজত এখন সন্ধি হয়।

১৯৯৬ – আফগানিস্তানত তালিবানে কাবুল দখল কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি নাজিবুল্লাহ আৰু তেওঁৰ ভাতৃক ৰাজহুৱাভাৱে ফাঁচী দিয়ে।

১৯৯৮ – ইণ্টাৰনেট চাৰ্চ ইঞ্জিন গুগল প্ৰতিষ্ঠা হয়।

১৯৯৮ – গেৰহাৰ্ড শ্ৰ’ডাৰে হেলমুট ক’লক পৰাস্ত কৰি জাৰ্মান নিৰ্বাচনত নতুন চ্যান্সেলৰ হয়।

২০০০ – ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত অ’পেক শীৰ্ষ সন্মিলন আৰম্ভ হয়।

২০০২ – নিউয়ৰ্কত বিশ্ব বেংক আৰু আই এম এফৰ বাৰ্ষিক বৈঠক আৰম্ভ হয়।

২০০৩ – শব্দৰ গতিতকৈ বেছি বেগেৰে উৰণ কৰা ব্ৰিটিছ এয়াৰৱেজ কনকৰ্ডে নিউয়ৰ্কৰ পৰা লণ্ডনলৈ শেষবাৰলৈ উৰা মাৰে।

২০০৫ – বিল গেটছ একেৰাহে একাদশ বছৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হয়।

২০০৭ – পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে।

২০০৯ – ভাৰত-পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ আলোচনা আৰম্ভ হয়।

জন্ম-

১৮৪৮ – আজিৰ দিনটোতে ৰাধানাথ ৰায় – ওড়িয়া ভাষা আৰু সাহিত্যৰ বিশিষ্ট কবি।

১৮৭১ – বিঠালভাই পেটেল – চৰ্দাৰ পেটেলৰ জ্যেষ্ঠ ভাতৃ আৰু এজন প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী।

১৯৩২ – যশ চোপ্ৰা – ভাৰতীয় পৰিচালক।

১৯৫৩ – আজিৰ দিনটোতে মাতা অমৃতানন্দময়ী – ভাৰতীয় ধৰ্মগুৰু।

১৯৮১ – লক্ষ্মীপতি বালাজী – ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু-

১৫৯০ – পোপ আৰ্বান সপ্তম – আটাইতকৈ কম সময়ৰ পোপ।

১৮৩৩ – ৰাজা ৰামমোহন ৰায় – সমাজ সংস্কাৰক।

১৯৩৩ – কামিনী ৰয় – বিশিষ্ট বাংলা কবি, সমাজ কৰ্মী, আৰু নাৰীবাদী।

১৯৬৮ – আজিৰ দিনটোতে বৃজলাল ব্যানী – মধ্যপ্ৰদেশৰ বিশিষ্ট সামাজিক আৰু ৰাজনৈতিক কৰ্মী।

১৯৭২ – এছ.আৰ. ৰংগনাথন – প্ৰখ্যাত পুথিভঁৰাল আৰু শিক্ষাবিদ।

২০০১ – কোটলা বিজয় ভাস্কৰ ৰেড্ডী – অন্ধ্ৰ প্ৰদেশৰ নৱম মুখ্যমন্ত্ৰী।

২০০৪ – আজিৰ দিনটোতে শোভা গুৰটু – বিখ্যাত ভাৰতীয় থুমৰি গায়িকা।

২০০৮ – মহেন্দ্ৰ কাপুৰ – বিখ্যাত হিন্দী চলচ্চিত্ৰ পাৰ্শ্বগায়ক।

২০১৫ – চৈয়দ আহমেদ – ভাৰতীয় ৰাজনীতিবিদ, সাহিত্যিক, আৰু কংগ্ৰেছ দলৰ সদস্য।

২০২০ – যশৱন্ত সিং – ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ ৰাজনীতিবিদ।

গুৰুত্বপূৰ্ণ দিন-

-বিশ্ব পৰ্যটন দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সৰ্বোচ্চ আদালতে পৱন খেৰাৰ জামিনৰ বিৰুদ্ধে অসমৰ আবেদন শুনানি, স্বস্তি স্থগিত কৰা হৈছে
পূৱ চম্পাৰণ আহি পালে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ, প্ৰত্য়ক্ষ কৰিবলৈ ভক্তৰ ভিৰ
গোলাঘাটৰ খাৰজান নদীত পৰি এজন ব‍্যক্তিৰ মৃত্যু | BulletsIn
প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰালত নথিপত্ৰৰ দূৰৱৰ্তী প্ৰৱেশৰ শুভাৰম্ভ
পাটনা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি, নিৰাপত্তা অধিক শক্তিশালী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সন্ত্ৰাসবাদৰ ওপৰত দ্বৈত মানদণ্ডৰ ক্ষেত্ৰত ভাৰতৰ তীব্ৰ প্ৰহাৰ
Next Article মণিপুৰঃ বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ, এজনক গ্ৰেপ্তাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?