• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আজি ৰামেশ্বৰত কাশী তামিল সংগমৰ সামৰণি অনুষ্ঠান, উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি
National

আজি ৰামেশ্বৰত কাশী তামিল সংগমৰ সামৰণি অনুষ্ঠান, উপস্থিত থাকিব উপ-ৰাষ্ট্ৰপতি

CliQ INDIA
Last updated: December 30, 2025 5:35 pm
CliQ INDIA
Share
1 Min Read
SHARE
रामेश्वरम में कल काशी तमिल संगम समापन समारोह

ৰামনাথপুৰম (তামিলনাডু), ৩০ ডিচেম্বৰ (হি.স.)। তামিলনাডু আৰু কাশীৰ মাজত সাংস্কৃতিক সংযোগ আৰু কালজয়ী বন্ধনক উদযাপন কৰা কাশী তামিল সংগম ৪.০ৰ ভৱ্য সামৰণি অনুষ্ঠান আজি ৰামেশ্বৰমত অনুষ্ঠিত হ’ব। এক বৃহৎ মঞ্চ স্থাপন কৰি আৰক্ষীৰ গধুৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

এইবাৰ ২ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ উত্তৰ প্ৰদেশৰ বাৰাণসীতো কাশী তামিল সংগম অনুষ্ঠিত হয়। তামিলনাডুৰ ছাত্ৰ-ছাত্ৰী, শিল্পী, কৃষক, আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। আজি বিয়লি ৩ বজাত ৰামেশ্বৰমত অনুষ্ঠিত হ’ব এই অনুষ্ঠানৰ সামৰণি। কাশী তামিল সংগমৰ সামৰণি অনুষ্ঠানত ৫ হাজাৰ আমন্ত্ৰিত নাগৰিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে ৭০০ আৰক্ষী জোৱান।

ৰামেশ্বৰম বাছ আস্থানৰ সমীপৰ মন্দিৰৰ অতিথি কমপ্লেক্সত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। আজি পুৱা ৰামনাথপুৰমৰ জিলা উপায়ুক্ত ছিমৰজীত সিং কলন, জিলা আৰক্ষী অধীক্ষক সন্দীপ আৰু কেইবাজনো উচ্চপদস্থ বিষয়াই মন্দিৰ কমপ্লেক্সত পৰিদৰ্শন কৰি ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। এই অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী এল মুৰুগানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

জম্মু-কাশ্মীৰৰ ৰামবানত ডাৱৰ বিস্ফোৰণৰ ফলত চাৰিজনৰ মৃত্যু, এজন নিৰুদ্দেশ
মহিলাসকলক সবল কৰিব নাৰী শক্তি বন্দন আইনঃ প্ৰধানমন্ত্ৰী মোডী
উত্তৰ-পূবৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ আছে সম্পূৰ্ণ সম্ভাৱনা : জ্যোতিৰাদিত্য সিন্ধিয়া
তিনিচুকীয়াত থকা সেনা শিবিৰত গুলীচালনা আৰু গ্ৰেনেড আক্ৰমণৰ আঁৰত নিষিদ্ধ সংগঠন জড়িত থকাৰ সন্দেহ
বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যক সমালোচনা মমতা বেনাৰ্জীৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইৰাণক কঠোৰ সতৰ্কবাণী ট্ৰাম্পৰ : মিছাইল বা পাৰমাণৱিক কাৰ্যসূচী পুনৰ আৰম্ভ হ’লে ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত
Next Article চিৰাঙৰ গৰুভাষাত সংঘটিত হিংসাত্মক ঘটনাৰ তীব্ৰ নিন্দা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?