• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > আজি বিহাৰৰ দৰভংগা, সমস্তীপুৰ আৰু বেগুছৰাইত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ
National

আজি বিহাৰৰ দৰভংগা, সমস্তীপুৰ আৰু বেগুছৰাইত অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ

CliQ INDIA
Last updated: October 29, 2025 7:50 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.) ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ মুখ্য প্ৰচাৰক, বাকপটু বক্তা, কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে আজি বিহাৰৰ তিনিটা স্থানত ৰাজহুৱা সভাত ভাষণ দিব। জনসাধাৰণক বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনাব।

বিজেপিৰ এক্স হেণ্ডেলত ভাগ কৰা সূচী অনুসৰি অমিত শ্বাহে দিনৰ ১২:১৫ বজাত দৰভংগা জিলাৰ আলিনগৰ স্থিত পোহদ্দি বেলা হাইস্কুল খেলপথাৰত, প্ৰায় এঘণ্টা পিছত দুপৰীয়া ডেৰ বজাত সমস্তিপুৰ জিলাৰ ৰোজাৰাৰ কাৰ্পুৰী ষ্টেডিয়ামত, আৰু ডেৰ ঘণ্টাৰ পিছত বিয়লি ৩:০০ বজাত বেগুছৰাই জিলাৰ ভগৱানপুৰত আয়োজিত ৰেলীত ভাষণ দিব ।

এইবাৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত শ্বাহে মহা মৰ্চাৰ নেতাসকলক সমালোচনা কৰি আহিছে। শ্বাহে ২৫ অক্টোবৰত কৈছিল যে আগন্তুক ৬ তাৰিখে বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ কৰা হ’ব। বিহাৰৰ এই নিৰ্বাচন ইয়ালৈ জংঘলৰাজ ঘূৰি অহাত বাধা দিয়াৰ বাবে। লালু-ৰাবৰি চৰকাৰে বহু বছৰ শাসন কৰিছিল। হত্যা, মুক্তিপণ, অপহৰণ আৰু হত্যাকাণ্ড অব্যাহত আছিল। এক প্ৰকাৰে আমাৰ ৰসাল সেউজীয়া বিহাৰটো বিধ্বস্ত হৈ পৰিল।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়ন আৰু ঐতিহ্য দুয়োটা সুনিশ্চিত কৰাৰ সিদ্ধান্ত লৈছে। আমি বিহাৰত এআই আৰু ডাটাৰ নতুন যুগৰ সূচনা কৰিবলৈ ওলাইছো। বিহাৰত স্থাপন হ’ব বৃহৎ কাৰখানা আৰু কৃষি প্ৰক্ৰিয়াকৰণ উদ্যোগ। ইয়াৰ ফলত কৃষকৰ আয় বৃদ্ধি হোৱাৰ লগতে উদ্যোগিক বিকাশৰ দিশত আগবাঢ়ি যাব। তেওঁ লগতে কয় যে এইবাৰ বিহাৰত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। লালু আৰু ৰাবৰি শাসনৰ সময়ত আইন-শৃংখলাৰ পৰিস্থিতি ইমানেই অৱনতি ঘটিছিল যে ছটা পর্যায়ত নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল ৷

অমিত শ্বাহে কয়, মই আপোনালোকক ক’ব বিচাৰো যে মোডী জী আৰু নীতিশ বাবুৰ শাসনত ছটা় পৰ্যায়ৰ সলনি দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। এইবাৰ পুনৰ এন ডি এ চৰকাৰ গঠন কৰক। পৰৱৰ্তী সময়ত একক পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। তেওঁ কয় যে এই নিৰ্বাচনত এন ডি এৰ পাঁচটা দলে পাঁচ পাণ্ডৱৰ দৰে একত্ৰিত হৈ যুঁজ দিছে। ইফালে টিকটক লৈ কাজিয়াত আবদ্ধ হৈ পৰিছে মহামৰ্চা। তেওঁলোকৰ কোনো নেতা নাই, কোনো উদ্দেশ্য নাই, নেতৃত্বও নাই। আমি নীতিশ জীৰ নেতৃত্বত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

ভিলাইৰ সমীপত সংঘটিত বাছ দুৰ্ঘটনাত কেদিয়া কোম্পানীৰ ১৫ জন কৰ্মচাৰীৰ মৃত্যু, ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
ভাৰতৰ মহাকাশ খণ্ডৰ পৰিৱৰ্তন, যুৱক-যুৱতী আৰু জেনেৰেল জি: প্ৰধানমন্ত্ৰীৰ বাবে নতুন সুযোগ মুকলি
দিল্লী-এনচিআৰত প্ৰদূষণ বিপদজনক স্তৰত, সামগ্ৰিকভাৱে একিউআই ৪২৬ লিপিবদ্ধ
ভাৰতে সংশোধিত ভিত্তি বৰ্ষৰ সৈতে নতুন জিডিপি শৃংখলা উন্মোচন কৰিবলৈ সাজু হৈছে, কিয়নো এক সমীক্ষাই ৭.৬% তৃতীয় ত্ৰৈমাসিক বৃদ্ধিৰ প্ৰক্ষেপ কৰিছে।
কটকটীয়া নিৰাপত্তাৰ মাজতে বিভিন্ন কেন্দ্ৰত নিট পিজি পৰীক্ষা আৰম্ভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালৰ এভাৰেষ্ট বেছ কেম্পৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, পাইলট সুৰক্ষিত
Next Article ছিপাঝাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?