• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > পূব ভূমধ্য সাগৰীয় পথত ২০২৪ চনৰ ঘাতক আৰম্ভণি, ১০০ জন লোকৰ প্ৰাণহানি বা নিৰুদ্দেশ
International

পূব ভূমধ্য সাগৰীয় পথত ২০২৪ চনৰ ঘাতক আৰম্ভণি, ১০০ জন লোকৰ প্ৰাণহানি বা নিৰুদ্দেশ

CliQ INDIA
Last updated: January 30, 2024 5:04 pm
CliQ INDIA
Share
2 Min Read
SHARE

জেনেভা, ৩০ জানুৱাৰী (হি.স.)। পূব ভূমধ্য সাগৰীয় পথত মানৱীয় ক্ষতিৰ বাবে চলিত বৰ্ষৰ আৰম্ভণি বিপৰ্যয়জনক হৈ পৰিছে। জানুৱাৰী মাহত এই পথত ১০০ জন লোকে প্ৰাণ হেৰুৱাইছিল বা নিৰুদ্দেশ হৈছিল। এই তথ্য ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজন সংস্থা (ইন্টাৰনেচনেল অৰ্গেনাইজেছন ফৰ মাইগ্ৰেছন ‘আই অ’ এম’)ই প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে, ২০২৩ চনৰ একে সময়ছোৱাই ২০১৬ চনৰ পিছত ইউৰোপৰ সাগৰত প্ৰব্ৰজনকাৰীৰ বাবে আটাইতকৈ মাৰাত্মক বছৰ হিচাপে পৰিগণিত হৈছে।

সংস্থাটোৰ প্ৰকাশ অনুসৰি আই অ’ এমৰ সঞ্চালক প্ৰধান এমি পোপে প্ৰব্ৰজনকাৰীৰ সুৰক্ষাৰ সন্দৰ্ভত ৰোমত অনুষ্ঠিত হোৱা ইটালী-আফ্ৰিকা সন্মিলনত দিয়া বক্তব্যত এই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰু ইউৰোপীয় আয়োগৰ সভাপতি উৰ্চুলা ভন ডেৰ লেয়েনকে ধৰি ২০ জনতকৈ অধিক ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে।

এমি পোপে কয় যে ইটালী-আফ্ৰিকা সন্মিলনখন বিপজ্জনক পথত মানৱ জীৱনৰ অপ্ৰয়োজনীয় ক্ষতি ৰোধ কৰাৰ বাবে আৰু ভ্ৰমণ কৰা লোকসকলক সুৰক্ষা দিয়াৰ বাবে সংহত আৰু বহনক্ষম ব্যৱস্থাৰ বিষয়ে আলোচনা কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ মতে, ইটালীয়ে সহযোগিতা, উন্নয়ন আৰু সম অংশীদাৰিত্বৰ আৰ্হিৰ জৰিয়তে ইউৰোপ আৰু আফ্ৰিকাৰ মাজত সেতু হিচাপে নিজৰ ভূমিকা শক্তিশালী কৰাৰ লক্ষ্য লৈছে। যোৱা ছয় সপ্তাহৰ ভিতৰত লিবিয়া, লেবানন আৰু টিউনিছিয়াৰ পৰা ১৫৮ জন লোক কঢ়িয়াই অনা তিনিখন জাহাজৰ কোনো সন্ধান ওলোৱা নাই। ইয়াৰে ৭৩ জন লোকক নিৰুদ্দেশ আৰু মৃত বুলি গণ্য কৰা হৈছে।

বুধবাৰে কৰ্তৃপক্ষই চাইপ্ৰাছৰ কেপ গ্ৰেকোৰ ওচৰত ৬২ জনীয়া প্ৰব্ৰজনকাৰীৰ এটা দলক উদ্ধাৰ কৰে বুলি সংস্থাটোৱে জনায়। এই লোকসকলে ১৮ জানুৱাৰীত লেবানন এৰিছিল। বেছিভাগেই চিকিৎসালয়ত ভৰ্তি হৈ আছে আৰু তেওঁলোক গুৰুতৰভাৱে অসুস্থ বুলি বৰ্ণনা কৰা হৈছে। বহু শিশুৰ অৱস্থা সংকটজনক। এতিয়ালৈকে এটা শিশুৰ মৃত্যু হৈছে। যোৱা কিছুদিনত তুৰস্কৰ আন্টালিয়াত পাৰত উদ্ধাৰ হোৱা সাতটা মৃতদেহ ১১ ডিছেম্বৰত লেবানন এৰি যোৱাৰ পিছত নিৰুদ্দেশ হোৱা ৮৫ জনীয়া প্ৰব্ৰজনকাৰীৰ এটা দলৰ বুলি অনুমান কৰা হৈছে। আই অ’ এমৰ মিছিং মাইগ্ৰেণ্টছ প্ৰজেক্টৰ মতে, ভূমধ্য সাগৰত বাৰ্ষিক মৃত্যু আৰু নিৰুদ্দেশৰ সংখ্যা ২০২১ চনত ২০৪৮, ২০২২ চনত ২,৪১১ আৰু ২০২৩ চনত ৩০৪১ হ’ব বুলি অনুমান কৰা হৈছে।

 

You Might Also Like

ভেন্টিলেটৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা, চৰকাৰে ঘোষণা কৰিলে ভিভিআইপি
প্ৰথম সপ্তাহত প্ৰায় ৫৫০ গৰাকী ভক্তই নেপাল হৈ কৈলাশ মানসৰোৱৰ ভ্ৰমণ
কংগোৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কাবিলাক সামৰিক আদালতত মৃত্যুদণ্ড প্ৰদান
পাকিস্তান টেলিকমিউনিকেচন কৰ্তৃপক্ষই বেলুচিস্তানত বন্ধ কৰিলে ইণ্টাৰনেট সেৱা, ৩১ আগষ্টলৈকে জাৰি অধিসূচনা
পাকিস্তানত সন্ত্ৰাসবাদীৰ গ্ৰেনেডেৰে ভোটগ্ৰহণ কেন্দ্ৰ আৰু প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৬৯ সংখ্যক ফিল্মফেয়াৰ বঁটা : ৰণবীৰ কাপুৰ শ্ৰেষ্ঠ অভিনেতা আৰু আলিয়া ভাট শ্ৰেষ্ঠ অভিনেত্ৰী
Next Article পাকিস্তানৰ ৯০,৬৭৫টা ভোটকেন্দ্ৰৰ আধাতকৈও অধিক স্পৰ্শকাতৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?