• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত বেলুচিস্তানত চলিত বছৰত ২৪৮ জন সাধাৰণ নাগৰিক আৰু ২০৫ জন জোৱান নিহত
International

হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত বেলুচিস্তানত চলিত বছৰত ২৪৮ জন সাধাৰণ নাগৰিক আৰু ২০৫ জন জোৱান নিহত

CliQ INDIA
Last updated: December 23, 2025 6:31 pm
CliQ INDIA
Share
2 Min Read
SHARE

কুৱেটা, ২৩ ডিচেম্বৰ (হি.স.)। স্বাধীনতাৰ দাবীৰে অনুৰণন ঘটোৱা পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশখন এই বছৰো হিংসাত্মক পৰিস্থিতিত আৱৰি ৰাখিছে। ২০২৫ চনত বেলুচিস্তানত সংঘটিত আক্ৰমণ, বোমা বিস্ফোৰণ, সশস্ত্ৰ কাণ্ডত কমেও ২৪৮ জন সাধাৰণ নাগৰিক আৰু ২০৫ জন পাকিস্তানী নিৰাপত্তাৰক্ষী নিহত হোৱাৰ ফলত বেলুচিস্তানৰ অন্যতম হিংসাত্মক বছৰ।

দ্য বেলুচিস্তান পোষ্টৰ মতে, চৰকাৰী তথ্য অনুসৰি ২০২৫ চনটো বেলুচিস্তানত আইন-শৃংখলাৰ বাবে আন এক কঠিন আৰু ৰক্তাক্ত বছৰ বুলি প্ৰমাণিত হ’ল। নিৰাপত্তাৰক্ষী বিষয়াসকলে জনোৱা মতে, বছৰটোত বেলুচিস্তানত মুঠ ৪৩২টা কাণ্ডৰ ৰেকৰ্ড কৰা হৈছে, যাৰ ফলত সমগ্ৰ প্ৰদেশখনতে ভয়ৰ পৰিৱেশৰ সৃষ্টি হৈছে। চৰকাৰী তথ্য অনুসৰি এই হিংসাত্মক ঘটনাত ২৪৮ জন সাধাৰণ নাগৰিক আৰু ২০৫ জন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাইছে। এই ঘটনাবোৰে দৈনন্দিন জীৱনত ভয়াৱহভাৱে ব্যাঘাত জন্মাইছিল আৰু বেলুচিস্তানৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছিল।

প্ৰতিবেদন অনুসৰি এই বছৰ কুৱেটা, মাষ্টুং, খুজদাৰ, তুৰ্বাট, আৰু নোকুণ্ডিত ছটা আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হৈছে। ১১ মাৰ্চত বালুচ স্বাধীনতা সমৰ্থক সংগঠনে বোলান অঞ্চলত জাফ্ফৰ এক্সপ্ৰেছত আক্ৰমণ চলায়। ইয়াৰ পূৰ্বে ১৮ ফেব্ৰুৱাৰীত বৰখানত ৭ জন লোকৰ মৃত্যু হৈছিল। ১৫ মে’ত খুজদাৰত এখন বাছত আক্ৰমণ চলাই ৬ জন লোকৰ মৃত্যু হৈছিল। ৩০ ছেপ্টেম্বৰত কুৱেটাৰ ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী বোমা বিস্ফোৰণত ১২ জন লোকৰ মৃত্যু হৈছিল।

আনহাতে, বেলুচিস্তানৰ বিষয়াসকলে কয় যে বছৰটোৰ ভিতৰতে বৃহৎ পৰিসৰৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত আছিল। ২০২৫ চনত সমগ্ৰ বেলুচিস্তানত ৭৮ হাজাৰতকৈ অধিক চোৰাংচোৱা ভিত্তিক অভিযান চলাই বেলুচ গোটৰ ৭০৭ জন সদস্যৰ মৃত্যু হৈছিল। নিৰাপত্তা বিষয়াসকলে কয় যে সশস্ত্ৰ গোট আৰু তেওঁলোকৰ সদস্যসকলৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে চলি আছে যদিও তেওঁলোকে বেলুচিস্তানত এক উল্লেখযোগ্য নিৰাপত্তাজনিত ভাবুকিও স্বীকাৰ কৰিছে।

বিষয়াসকলে ২০২৫ চনক বেলুচিস্তানৰ শান্তি আৰু স্থিতিশীলতাৰ বাবে হতাশাজনক বছৰ বুলি অভিহিত কৰিছে। সমালোচকসকলে যুক্তি আগবঢ়ায় যে বৃহৎ সংখ্যক কাণ্ডৰ ৰিপৰ্ট নোহোৱাকৈয়ে থাকে, আনহাতে নিৰাপত্তাৰক্ষীৰ মাজত হতাহতিৰ ৰিপৰ্টও কম বুলি কোৱা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

গাজাৰ পৰা ছিৰিয়ালৈ বিয়পিল যুদ্ধৰ দাবানল, সামৰিক লক্ষ্যত ইজৰাইলৰ আক্ৰমণ
বাংলাদেশৰ কুখ্যাত জল্লাদ শ্বাহজাহান ভূঞা আৰু নাই | BulletsIn
অলিৰ দলে ব্যৱহাৰ কৰিব নেপালত থলুৱাভাৱে নিৰ্মিত ইলেক্ট্ৰনিক ৰাম-লক্ষ্মণ ভোটিং মেচিন
ভাৰতীয় বৈদেশিক সচিবৰ নেপালৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ, দ্বিপাক্ষিক বিষয়ত চৰ্চা
আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ক’ভিড-১৯ পজিটিভ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰায় চাৰি শতাংশ হ্ৰাসৰ সৈতে তালিকাভুক্ত হৈছে কে এছ এইচ ইণ্টাৰনেশ্যনেলৰ শ্বেয়াৰ
Next Article প্ৰধানমন্ত্ৰী মোদীৰ কৃষকৰ গুৰুত্ব সন্দৰ্ভত সংস্কৃত সুভাষিত ভাগ-বতৰা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?