• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ব্ৰিটেইনৰ বায়ু সুৰক্ষা তালিকাৰ পৰা আঁতৰিল পাকিস্তানৰ নাম, পুনৰ আৰম্ভ হ’ব পাৰে বিমান সেৱা
International

ব্ৰিটেইনৰ বায়ু সুৰক্ষা তালিকাৰ পৰা আঁতৰিল পাকিস্তানৰ নাম, পুনৰ আৰম্ভ হ’ব পাৰে বিমান সেৱা

CliQ INDIA
Last updated: July 17, 2025 5:46 am
CliQ INDIA
Share
2 Min Read
SHARE

ইছলামাবাদ, ১৬ জুলাই (হি.স.)। আজি ব্ৰিটেইনে পাকিস্তানৰ ফেডাৰেল চৰকাৰক এক বৃহৎ সকাহ দিছে। ব্ৰিটেইনৰ এয়াৰ ছেফটি কমিটীয়ে বিমান সুৰক্ষাৰ তালিকাৰ পৰা পাকিস্তানৰ নাম আঁতৰাইছে। ২০২১ চনত ব্ৰিটেইনে এই তালিকাত পাকিস্তানৰ নাম অন্তৰ্ভুক্ত কৰিছিল। ব্ৰিটেইনৰ এই ঘোষণাৰ বাবেই দেশখনত সুখৰ পৰিৱেশ বিৰাজ কৰিছে।

দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি ব্ৰিটেইনৰ বায়ু সুৰক্ষা সমিতি আৰু পাকিস্তানৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ মাজত বছৰ বছৰ ধৰি কাৰিকৰী সহযোগিতাৰ অন্তত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০২১ চনত পাকিস্তানক প্ৰথমবাৰৰ বাবে তালিকাভুক্ত হোৱাৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে যথেষ্ট উন্নতি হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে।

এই ঘোষণাৰ প্ৰভাৱ হ’ব যে এতিয়া পাকিস্তানী বিমান সংস্থাসমূহে ব্ৰিটেইনলৈ বিমান চলাচলৰ বাবে আবেদন কৰিব পাৰিব। প্ৰতিটো বিমান সংস্থাই পৃথক আবেদন প্ৰক্ৰিয়াৰ জৰিয়তে ব্ৰিটেইনৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি পত্ৰ লাভ কৰিব লাগিব। কাকতখনে কয় যে এই সিদ্ধান্তৰ ফলত ব্ৰিটেইনত বসবাস কৰা পাকিস্তানী মূলৰ ১৬ লাখতকৈ অধিক লোক আৰু পাকিস্তানত থকা হাজাৰ হাজাৰ ব্ৰিটিছ নাগৰিকৰ বাবে ভ্ৰমণৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত দ্বিপাক্ষিক বাণিজ্যও বৃদ্ধি পাব পাৰে।

ব্ৰিটিছ উচ্চায়ুক্ত জেন মেৰিয়েটে কয় যে, মই ব্ৰিটেইন আৰু পাকিস্তানৰ বিমান বিশেষজ্ঞসকলৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ মানদণ্ড পূৰণৰ বাবে একেলগে কাম কৰিলে। অৱশ্যে বিমান সেৱা পুনৰ আৰম্ভ কৰিবলৈ সময় লাগিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আমেরিকা ইজরায়েল ইরান যুদ্ধবিরতি সংকট গভীরতর হয় লেবাননৰ আক্রমণে বিশ্বব্যাপী সতর্কতা ও আঞ্চলিক যুদ্ধর পুনরাবৃত্তি ভয়
ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ত আইছিছ-সম্পৰ্কীয় বন্দুকধাৰীৰ গুলীচালনাত এজন নিহত
ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ কমাণ্ডাৰ ছামালা আৰু সন্ত্ৰাসবাদী নাজ্জাৰ
আমেৰিকাত হত্যা-আত্মহত্যাত চেটজিপিটিৰ ভূমিকা বুলি অভিযোগ উত্থাপিত, অ’পেনএআই আৰু মাইক্ৰ’ছফটৰ বিৰুদ্ধে গোচৰ
ছিৰিয়া আৰু ইজৰাইলে যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশৰ ঘোষণা তুৰস্কত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত টম বেৰেকৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article টকিঅ’ত গিৰিৰাজ সিঙে উদ্বোধন কৰিলে ইণ্ডিয়া ট্ৰেণ্ড মেলা, কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত
Next Article মুখ্যমন্ত্ৰীয়ে ‘ৰিয়েল এষ্টেট ব্ৰোকাৰ’ৰ দৰে কাম কৰিছেঃ গৌৰৱ গগৈ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?