• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > প্ৰচণ্ডৰ নীতিৰ প্ৰতিবাদত মুখত চিয়াঁহী সানিলে নিজ দলৰে বিধায়কে
International

প্ৰচণ্ডৰ নীতিৰ প্ৰতিবাদত মুখত চিয়াঁহী সানিলে নিজ দলৰে বিধায়কে

CliQ INDIA
Last updated: November 9, 2025 11:55 pm
CliQ INDIA
Share
1 Min Read
SHARE

কাঠমাণ্ডু, ০৯ নৱেম্বৰ (হি.স.) ।মাওবাদী দলৰ পৰা নেপালী কমিউনিষ্ট পাৰ্টি গঠন কৰা পুষ্প কমল দাহাল প্ৰচণ্ডৰ নিজৰ নীতিৰ প্ৰতিবাদত নিজ দলৰ এজন বিধায়কে চিয়াঁহীৰে মুখত সানি ৰয়।

এই ঘটনা শনিবাৰে সংঘটিত হয়, যেতিয়া নৱনিযুক্ত মুখ্যমন্ত্ৰী জিতেন্দ্ৰ সোণালে ৰাজ্য বিধানসভাত আস্থা ভোট গ্ৰহণ কৰি আছিল। মাওবাদী দলে চৰকাৰক সমৰ্থন কৰিছিল যদিও একেটা দলৰ ৰোহবৰ আনছাৰীয়ে আস্থা ভোটদানৰ সময়ত ৰাজ্য বিধানসভাত চিয়াঁহীৰে মুখত লেপ দি চৰকাৰক সমৰ্থন কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে। আনছাৰীয়ে প্ৰচণ্ডৰ অহৰহ নীতি পৰিৱৰ্তনৰ বিৰোধী বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰচণ্ডই নিজৰ সুবিধা আৰু ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ বাবে মিত্ৰতা সলনি কৰি থাকে। এই নীতিৰ পৰা বিৰক্ত হৈ তেওঁ চৰকাৰক সমৰ্থন নকৰাৰ সিদ্ধান্ত লৈছে।

দৰাচলতে শনিবাৰে মাওবাদী পাৰ্টি আৰু জনমত পাৰ্টিৰ দুজনকৈ বিধায়কে ২৫ দিন পূৰ্বে গঠন হোৱা সোণাল নেতৃত্বাধীন চৰকাৰখনৰ বিৰোধিতা কৰিছিল, তাৰ পিছত আস্থাহীনতাৰ বাবে চৰকাৰৰ পতন ঘটিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অনলাইনত উগ্ৰপন্থী সামগ্ৰী লাভ বা সন্ধান কৰাটো অপৰাধ বুলি ঘোষণা কৰা বিধেয়কত পুটিনৰ স্বাক্ষৰ
ইজৰাইলক আক্ৰমণ কৰাত হামাছক সহায় কৰিছিল ৰাষ্ট্ৰসংঘৰ সাহায্য সংস্থাৰ কৰ্মী, বহু দেশে বন্ধ কৰি দিলে আৰ্থিক সাহায্য
জেন জি আন্দোলনৰ ন্যায়িক তদন্ত আয়োগৰ সন্মুখত নেপাল সেনা প্ৰধান জেনেৰেলৰ বক্তব্য
বাংলাদেশে আগন্তুক পাঁচ বছৰলৈ প্ৰতি বছৰে আমেৰিকাৰ পৰা ৭ লাখ টন ঘেঁহু আমদানি কৰিব
অমেৰিকাৰ লৈ আহৰিণিয়া এটা নতুন ঘটনা ঘটিছে, এটা ভাৰতীয় ছাত্ৰীৰ মৃত্যুৰ ঘটনা, এতিয়া ওহাইওত মৃতদেহ উপলব্ধ হৈছে, পুলিচ পৰিবাৰৰ অনুসন্ধানত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কেৱল নৱেম্বৰৰ প্ৰথম সপ্তাহত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰীৰ ১২,৫৬৯ কোটি টকাৰ শ্বেয়াৰ বিক্ৰী
Next Article উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন কৰ্ণাটক ভ্ৰমণসূচীৰে বেংগালুৰুত উপস্থিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?