• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > জৰ্জিয়াত চৰকাৰ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ, প্ৰতিবাদকাৰীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশৰ প্ৰচেষ্টা বিফল
International

জৰ্জিয়াত চৰকাৰ বিৰোধী প্ৰতিবাদ তীব্ৰতৰ, প্ৰতিবাদকাৰীৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশৰ প্ৰচেষ্টা বিফল

CliQ INDIA
Last updated: October 5, 2025 8:40 pm
CliQ INDIA
Share
3 Min Read
SHARE

–প্ৰধানমন্ত্ৰী ইৰাকলি কোবাখিজৰ চৰকাৰৰ তদন্তৰ নিৰ্দেশ

টিবিলিচি (জৰ্জিয়া), 8৫ অক্টোবৰ (হি.স.)। নতুন নিৰ্বাচনৰ দাবীত ব্যাপক চৰকাৰ বিৰোধী প্ৰতিবাদৰ সন্মুখীন হোৱা জৰ্জিয়াত শনিবাৰে ৰাজধানী টিবিলিচিৰ এট’নেলি ষ্ট্ৰীটৰ ৰাষ্ট্ৰপতি ভৱনৰ চাৰিওফালে থকা নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। পৰিস্থিতি নাটকীয়ভাৱে তীব্ৰতৰ হৈ পৰে। ইফালে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ আৰু জলকীয়া স্প্ৰে’ ব্যৱহাৰ কৰে। এই সমাৱেশৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে।

ইউৰোপীয় ইউনিয়নৰ পতাকা লৈ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত বেৰিকেডত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰধানমন্ত্ৰী ইৰাকলি কোবাখিজে। তেওঁ দাবী কৰে যে জৰ্জিয়াত সাংবিধানিক ব্যৱস্থা উফৰাই পেলোৱাৰ চেষ্টা কৰা হৈছে।

নতুন সংসদীয় নিৰ্বাচন আৰু কয়দীৰ মুক্তিৰ দাবীত বিৰোধীয়ে। ৩১১ দিন ধৰি অব্যাহত আছে ফ্ৰিডম স্কোৱাৰত প্ৰতিবাদ। শনিবাৰে জৰ্জিয়া আৰু ইউৰোপীয় সংঘৰ পতাকা লৈ প্ৰতিবাদকাৰীসকলে টিবিলিচিৰ ফ্ৰিডম স্কোৱাৰ আৰু ৰুষ্টাভেলি এভিনিউৰ মাজেৰে ৰাষ্ট্ৰপতি ভৱনলৈ গৈ নিজৰ দাবীক হেঁচা প্ৰয়োগ কৰে। তাতে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনৰ চাৰিওফালে থকা নিৰাপত্তাৰক্ষীৰ ঘেৰাও ভাঙি চৌহদত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। ইয়াৰ মাজতে প্ৰতিবাদকাৰীৰ মাজত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষ হয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ, জলকীয়া স্প্ৰে, পানীৰ কামান ব্যৱহাৰ কৰে।

জৰ্জিয়া টুডেৰ মতে, উপ-মন্ত্ৰী আলেকজেণ্ডাৰ ডাৰ্খাভেলিডজে কয় যে প্ৰতিবাদৰ তদন্ত আৰক্ষী বিষয়াক আক্ৰমণ কৰা, দেশৰ সাংবিধানিক ব্যৱস্থাত হিংসাত্মক পৰিৱৰ্তনৰ আহ্বান জনোৱা, গণ হিংসাৰ সংগঠিত বা অংশগ্ৰহণৰ সৈতে জড়িত ধাৰাসমূহৰ অধীনত চলি আছে। মন্ত্ৰালয়ৰ সতৰ্কবাণী আৰু চৰকাৰী বক্তব্যৰ পিছতো প্ৰতিবাদকাৰীসকলে আইনী আদেশ অমান্য কৰে। আয়োজকসকলে হিংসাত্মক আহ্বান জনাইছিল, এটনেলি ষ্ট্ৰীটৰ ৰাষ্ট্ৰপতি ভৱনৰ বাধাসমূহৰ ক্ষতিসাধন কৰিছিল আৰু অট্টালিকাটোত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। আহত হয় ১৪জন আৰক্ষী বিষয়া।

উল্লেখযোগ্য যে ২০২৪ চনৰ সংসদীয় নির্বাচনৰ পাছৰে পৰা দেশত ৰাজনৈতিক অচলাৱস্থাৰ সৃষ্টি হৈছে ৷ নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগৰ সন্মুখীন হৈছে শাসকীয় জৰ্জিয়ান ড্ৰিম পাৰ্টি। নিৰ্বাচন নিৰীক্ষণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকসকলেও জৰ্জিয়ান ড্ৰিম পাৰ্টিৰ জয়ক ত্ৰুটিপূৰ্ণ বুলি ঘোষণা কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী ইৰাকলি কোবাখিজেৰ নেতৃত্বত চৰকাৰে ইউৰোপীয় সংঘৰ সৈতে জৰ্জিয়াৰ যোগদানৰ আলোচনা স্থগিত ৰাখে।

সঁচাকৈয়ে জৰ্জিয়া এসময়ত ইউৰোপীয় ইউনিয়নত যোগদানৰ প্ৰতিদ্বন্দ্বী আছিল যদিও যোৱা বছৰৰ সংসদীয় নিৰ্বাচনৰ ফলাফল ইউৰোপীয় ইউনিয়নেও সন্দেহজনক বুলি গণ্য কৰাৰ পিছত আৰু চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন দিয়াৰ পিছত বৰ্তমানৰ জৰ্জিয়ান ড্ৰিম পাৰ্টি চৰকাৰে জৰ্জিয়াৰ ইউৰোপীয় ইউনিয়নত যোগদানৰ আলোচনা স্থগিত ৰাখিছিল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই শাসক আৰু বিৰোধী দল ৰাছিয়া আৰু ইউৰোপীয় সংঘকো বিভাজিত কৰা যেন লাগে। বিৰোধীয়ে বৰ্তমানৰ চৰকাৰখনক ৰাছিয়া সমৰ্থক বুলি অভিযোগ উত্থাপন কৰাৰ বিপৰীতে চৰকাৰে ইয়াৰ বিৰুদ্ধে চলি থকা ব্যাপক প্ৰতিবাদক ইউৰোপীয় সংঘৰ ষড়যন্ত্ৰৰ অংশ বুলি অভিহিত কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

দক্ষিণ ডাকোটাৰ গৱৰ্ণৰ ক্ৰীষ্টি ন’মে আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ দিব নেতৃত্ব | BulletsIn
মন্ত্ৰীসভাৰ সালসলনিৰ বাবে প্ৰস্তুতি চলাইছে প্ৰধানমন্ত্ৰী অলি, মিত্ৰজোঁটৰ দলৰ পৰা বিচাৰিছে তালিকা
জাপানৰ ৮৬.৬ শতাংশ লোক কঠোৰ ৰাজনৈতিক ধন নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ পক্ষপাতী
ইৰাণৰ বিৰুদ্ধে ইজৰাইলে প্ৰতিশোধ ল’লে বহল আঞ্চলিক যুদ্ধৰ সতৰ্কবাণী জৰ্ডানে
অলিৰ দলে ব্যৱহাৰ কৰিব নেপালত থলুৱাভাৱে নিৰ্মিত ইলেক্ট্ৰনিক ৰাম-লক্ষ্মণ ভোটিং মেচিন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সাপ্তাহিক শ্বেয়াৰ পৰ্যালোচনা: ক্ৰয় সমৰ্থনৰ ওপৰত শ্বেয়াৰ বজাৰৰ উৰ্ধগামী ধাৰা
Next Article যুগে যুগে দায়িত্ব পালন কৰি অহাসকলৰহে ভাৰতবৰ্ষঃ সহ-সৰকাৰ্যবাহ অৰুণ কুমাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?