• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > আমেৰিকাৰ পুনৰ হুতী বিদ্ৰোহীৰ ঘাটিত বিমান আক্ৰমণ
International

আমেৰিকাৰ পুনৰ হুতী বিদ্ৰোহীৰ ঘাটিত বিমান আক্ৰমণ

CliQ INDIA
Last updated: January 13, 2024 5:09 pm
CliQ INDIA
Share
2 Min Read
SHARE

ছানা (য়েমেন), ১৩ জানুৱাৰী (হি.স.)। আমেৰিকাৰ সেনাই শুকুৰবাৰে গভীৰ নিশা ইৰাণ সমৰ্থিত হুতী বিদ্ৰোহীৰ বিৰুদ্ধে পুনৰ বিমান আক্ৰমণ চলায় । হুতী নিয়ন্ত্ৰিত য়েমেনত আমেৰিকাৰ সেনাই ৰকেট আৰু মিছাইল নিক্ষেপ কৰে। ইয়াৰ এদিন আগতে আমেৰিকা আৰু ব্ৰিটিছ সৈন্যই ইৰাণ সমৰ্থিত এই গোটটোৰ ওপৰত বৃহৎ পৰিসৰৰ আক্ৰমণ চলাইছিল। কিছুদিনৰ পৰা হুতী বিদ্ৰোহীয়ে লোহিত সাগৰত বাণিজ্যিক জাহাজৰ যাতায়তত বিধি পথালি দি আহিছে।

দ্য ৱাশ্বিংটন পোষ্টৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বিষয়াসকলে শেহতীয়াকৈ এই আক্ৰমণত হুতীৰ ৰাডাৰ ছাইটক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে। এই স্থানক সামুদ্ৰিক যাতায়তৰ বাবে ভাবুকি বুলি বিবেচিত হৈছে। য়েমেনৰ ৰাজধানী ছানাতো বিস্ফোৰণৰ শব্দ শুনা গৈছে। আক্ৰমণৰ পূৰ্বে নৌসেনাই জাহাজসমূহক লোহিত সাগৰৰ য়েমেনৰ আশে-পাশে থকা অঞ্চলসমূহ এৰাই চলিবলৈ সকীয়াই দিছিল। শেহতীয়া আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সকীয়াই দিছিল যে হুতীয়ে আৰু আক্ৰমণৰ সন্মুখীন হ’ব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে হুতীসকলক উপযুক্ত উত্তৰ দিয়া হ’ব।

দ্য ৱাশ্বিংটন পোষ্টৰ তথ্য অনুসৰি শেহতীয়া আক্ৰমণৰ পূৰ্বে আমেৰিকা আৰু ব্ৰিটিছ সৈন্যই ২৮টা ভিন্ন স্থানত বোমা বৰ্ষণ কৰি ৬০টাতকৈও অধিক হুতীৰ স্থান ধ্বংস কৰে। শুকুৰবাৰে পেন্টাগনৰ যৌথ মুখ্য কৰ্মচাৰীৰ সঞ্চালক লেফটেনেণ্ট জেনেৰেল ডগলাছ এ. ছিমছে কয় যে আমেৰিকা আৰু ব্ৰিটিছ যুদ্ধ বিমানে ৩০ৰ পৰা ৬০ মিনিটৰ ভিতৰতে আক্ৰমণ কৰে। এই আক্ৰমণত টমাহক ক্ষেপণাস্ত্ৰও ব্যৱহাৰ কৰা হৈছিল। ছিমছে কয় যে কিমানজন হুতী বিদ্ৰোহী নিহত হৈছে সেয়া স্পষ্ট হোৱা নাই।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ

You Might Also Like

ছৌদি আৰৱত চলিত বৰ্ষৰ তীব্ৰ উত্তাপত ১৩০১ গৰাকী হজ তীৰ্থযাত্ৰীৰ প্ৰাণহানি | BulletsIn
ইৰাণৰ বেলিষ্টিক মিছাইল আক্ৰমণত ছ’ৰোকা হাস্পতাল তথা ইজৰাইলৰ বোমা বিস্ফোৰণত আৰাক পানীৰ ৰিয়েক্টৰ ক্ষতিগ্ৰস্ত
ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ আমেৰিকাত উপস্থিত ছিৰিয়াৰ ৰাষ্ট্ৰপতি আল-শ্বাৰা; সোমবাৰে দুয়োৰে মাজত বৈঠক
সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ মহাকাশৰ পৰা পৃথিৱীলৈ ৰাওনা | BulletsIn
ড’নাল্ড ট্ৰাম্পৰ ‘গাজা প্লেন’ আমাৰ নহয়: পাকিস্তান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অচিনাকি ব্যক্তিৰ হাতে হাত ধৰি কংগনা ৰানাৱত
Next Article ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৪৪১ জন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?