• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > আজি পাকিস্তানৰ ফেডাৰেল সাংবিধানিক আদালতৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব আমিনুদ্দিন খান
International

আজি পাকিস্তানৰ ফেডাৰেল সাংবিধানিক আদালতৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব আমিনুদ্দিন খান

CliQ INDIA
Last updated: November 14, 2025 3:22 pm
CliQ INDIA
Share
3 Min Read
SHARE

ইছলামাবাদ, ১৪ নৱেম্বৰ (হি.স.) । পাকিস্তানৰ ফেডাৰেল সাংবিধানিক আদালতৰ প্ৰথম মুখ্য ন্যায়াধীশ হিচাপে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আমিনুদ্দিন খানে আজি ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব। ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে ন্যায়াধীশ আমিনুদ্দিন খানক সাংবিধানিক আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানৰ সংবিধানৰ ১৭৫ক অনুচ্ছেদৰ দফা (৩) আৰু ১৭৫ চি অনুচ্ছেদৰ অধীনত প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি এই নিযুক্তি দিয়া হৈছে।

এক্সপ্ৰেছ ট্ৰিবিউন কাকতখনে প্ৰকাশ কৰা অনুসৰি এই অধিসূচনাত উল্লেখ কৰা হৈছে যে ন্যায়াধীশ খানৰ নিযুক্তি কাৰ্যকৰী হ’ব শপত গ্ৰহণৰ তাৰিখৰ পৰা। সংসদৰ দুয়োটা সদনত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে অনুমোদন জনোৱা ২৭ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক শেহতীয়াকৈ গৃহীত হোৱাৰ পিছত এই বিকাশ ঘটিছে। নতুন বিধানসমূহৰ অধীনত সমান প্ৰাদেশিক প্ৰতিনিধিত্বৰ সৈতে ফেডাৰেল সাংবিধানিক আদালত স্থাপন কৰা হ’ব। ন্যায়িক নিযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উচ্চতম ন্যায়ালয়ৰ কিছু ক্ষমতা এতিয়া ফেডাৰেল সাংবিধানিক আদালতলৈ হস্তান্তৰ কৰা হ’ব।

পাকিস্তানৰ ন্যায়িক আয়োগে এতিয়া উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বদলিৰ তদাৰক কৰিব। এনে বদলিৰ ক্ষেত্ৰত আপত্তি থাকিলে উচ্চতম ন্যায়িক পৰিষদে পুনৰীক্ষণ কৰিব। সাংবিধানিক আদালতত নিযুক্তি দিয়া উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগ্যতাৰ প্ৰয়োজনীয়তা ৭ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰা হৈছে। নতুন আদালতত যোগদান কৰা বৰ্তমানৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ জ্যেষ্ঠতা অক্ষত থাকিব, আনহাতে বাৰ বা উচ্চ ন্যায়ালয়ৰ পৰা নিযুক্তি দিয়া ন্যায়াধীশৰ জ্যেষ্ঠতা বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হ’ব।

ডন কাকতৰ মতে, শুকুৰবাৰে পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিব ন্যায়াধীশ আমিনুদ্দিন খানে। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ন্যায়াধীশ, উচ্চ পদস্থ বিষয়াক আমন্ত্ৰণ জনোৱা হৈছে। ১৯৬০ চনত মুলতানত জন্মগ্ৰহণ কৰা ন্যায়াধীশ খানে ১৯৮৪ চনত মুলতানৰ ইউনিভাৰ্চিটি ল কলেজৰ পৰা এল এল বি সম্পূৰ্ণ কৰি পিতৃ খান ছাদিক মহম্মদ আহছানৰ অধীনত আইন চৰ্চা আৰম্ভ কৰে।

১৯৮৭ চনত লাহোৰ উচ্চ ন্যায়ালয় আৰু ২০০১ চনত উচ্চতম ন্যায়ালয়ৰ অধিবক্তা হিচাপে ২০০১ চনত মুলতানস্থিত জাফৰ ল চেম্বাৰ্ছত যোগদান কৰি ২০১১ চনত ন্যায়াধীশ পদবীলৈ উন্নীত নোহোৱালৈকে একেটা আইন প্ৰতিষ্ঠানৰ সৈতে কাম কৰিছিল।২০১৯ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ২০২৪ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়।

ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে ২৭ সংখ্যক সাংবিধানিক সংশোধনীত স্বাক্ষৰ কৰাৰ কেইঘণ্টামানৰ পিছতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনছুৰ আলী শ্বাহ আৰু অথৰ মিনাল্লাই প্ৰতিবাদত পদত্যাগ কৰে। ইয়াৰ পিছত জৰ্দাৰীয়ে ন্যায়াধীশ আমিনুদ্দিন খানক ফেডাৰেল সাংবিধানিক আদালতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

পাকিস্তানৰ তিনিটা স্থানত সন্ত্ৰাসবাদী আক্ৰমণ, চাৰিজন ফ্ৰন্টিয়াৰ কৰ্পছৰ জোৱান, দুটি শিশুকে ধৰি ৭ জনৰ প্ৰাণহানি | BulletsIn
বাংলাদেশঃ ওছমান হাদীক গুলীওৱা জনক চিনাক্ত কৰা বুলি দাবী; হাদীৰ অৱস্থা সংকটজনক; ঢাকা-৮ৰ পৰা প্ৰাৰ্থী
আমেৰিকাত ‘স্পেচ নিডল’ত প্ৰথমবাৰৰ বাবে ভাৰতীয় ত্ৰিৰংগা উত্তোলন
মাদাগাস্কাৰৰ নতুন ৰাষ্ট্ৰপতি হ’ব কৰ্ণেল মাইকেল ৰেণ্ড্ৰিয়ানিৰিনা
সাগৰমথা আলোচনাৰ বাবে নেপালে আমন্ত্ৰণ কৰিব প্ৰধানমন্ত্ৰী মোডীক | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ মাজতে শ্বেয়াৰ বজাৰৰ অৱনমন, চেন্সেক্স ২৪১ পইণ্ট হ্ৰাস
Next Article বিহাৰ বিধানসভা নিৰ্বাচনৰ আজি পুৱা ৮ বজাৰ পৰা ভোটগণনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?