• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > ৯ দিনৰ ভিতৰত ভাৰতত 'এনিমেল'ৰ ৪৩২.২৭ কোটি টকা উপাৰ্জন
Entertainment

৯ দিনৰ ভিতৰত ভাৰতত 'এনিমেল'ৰ ৪৩২.২৭ কোটি টকা উপাৰ্জন

CliQ INDIA
Last updated: December 11, 2023 4:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

বক্স অফিচত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰণবীৰ কাপুৰৰ ‘এনিমেল’ ছবিয়ে। ছবিখন চাবলৈ চিনেমা হলত উপস্থিত হৈছে দৰ্শক। ছবিখনে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিছে। ৯ দিনৰ ভিতৰত ভাৰতত ৪৩২.২৭ কোটি টকা আৰু বিশ্বজুৰি ৭২৭ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ‘এনিমেল’ ছবিখনে।

ছবিখনে প্ৰথম দিনাই ৬৩ কোটি টকা উপাৰ্জন কৰে। দহ দিনৰ পাছতো ছবিখনে বক্স অফিচত নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম হৈছে আৰু বিপুল ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে। ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিল্ক ৰ প্ৰতিবেদন অনুসৰি এনিমেলে ১০ ডিছেম্বৰ অৰ্থাৎ দ্বিতীয় দেওবাৰে প্ৰায় ৩৭ কোটি টকা সংগ্ৰহ কৰে। এইদৰে ছবিখনে ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে। এই ছবিখনে এই পৰ্যন্ত ৪৩২.২৭ কোটি টকা উপাৰ্জন কৰিছে। বিশ্বজুৰি ইয়াৰ উপাৰ্জন হৈছে ৭২৭ কোটি টকা।

প্ৰথম দিনাই ৰণবীৰৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে ‘এনিমেল’ ছবি। শ্বাহৰুখ খানৰ দুয়োখন ছবি ‘জোৱান’ আৰু ‘পাঠান’ একেলগে ২২০০ কোটি টকা সংগ্ৰহ কৰিছে। ‘এনিমেল’ৰ বাবে ইমান উপাৰ্জন সম্ভৱ নহয় যদিও ইয়াৰে এখন ছবিৰ অভিলেখ নিশ্চিতভাৱে ভংগ কৰিব পাৰে। ৰণবীৰৰ লগতে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ, ববী দেওল, শক্তি কাপুৰ, ত্ৰুপতি ডিমৰিও ‘এনিমেল’ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

হিন্দুস্থান সমাচাৰ/লোকেশ/মনোজ

You Might Also Like

ট’ৰন্টো মঞ্চ মূহুৰ্তত টালুইণ্ডাৰ-হাছান ৰহিমে অনলাইনত সীমান্ত পাৰ হৈ ব্যাপক বিতৰ্কৰ সূচনা কৰে
দক্ষিণৰ ছবি ‘ৰক্ষস’ এৰি ৰণবীৰ সিঙে।
৫ নৱেম্বৰৰ পৰা টাইগাৰ ৩ৰ এডভান্স বুকিং আৰম্ভ
কোকৰাঝাৰত দ্বিতীয় মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ
শ্বাহৰুখ খানৰ 'ডংকি'ৰ চমকপ্ৰদ প্ৰচাৰ, ভিডিঅ' মুকলি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ২০২৪ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব আইটিটিএফ একক বিশ্বকাপ
Next Article নগাঁৱৰ আমোলাপট্টি বি এম ৰোডত চুৰিকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?