• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে ‘তেৰে ইছক মেইন’, বলীউডৰ তাৰকাসকলে প্ৰশংসা কৰিছে
Entertainment

ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং হৈ আছে ‘তেৰে ইছক মেইন’, বলীউডৰ তাৰকাসকলে প্ৰশংসা কৰিছে

CliQ INDIA
Last updated: October 5, 2025 7:50 pm
CliQ INDIA
Share
2 Min Read
SHARE

আনন্দ এল ৰায়ৰ বহু প্ৰত্যাশিত ছবি তেৰে ইছক মেইনৰ টিজাৰে মুক্তি পোৱাৰ পৰাই ইণ্টাৰনেটত আলোড়নৰ সৃষ্টি কৰিছে। দৰ্শকে ছ’চিয়েল মিডিয়াত ইয়াৰ প্ৰশংসাৰ বৰষুণ দিছে, আনহাতে চলচ্চিত্ৰ জগতৰ প্ৰধান তাৰকাসকলেও ইয়াৰ প্ৰশংসা কৰিছে।

মেগাষ্টাৰ অমিতাভ বচ্চনে ইনষ্টাগ্ৰামত পৰিচালক আনন্দ এল ৰায়ক অভিনন্দন জনাই লিখিছে, আনন্দ এল ৰায় জীলৈ বহুত অভিনন্দন। অমিতাভ বচ্চনৰ এই বাৰ্তাই ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত টান লাভ কৰাৰ লগতে ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা আৰু অধিক ইন্ধন যোগাইছিল।

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাইও ইনষ্টাগ্ৰাম পোষ্টত টিজাৰটোৰ প্ৰশংসা কৰি লিখিছে, টিজাৰটো ভাল লাগিল! ডাঙৰ পৰ্দাত কৃতি ছানন আৰু ধনুশক চাবলৈ ৰৈ থাকিব নোৱাৰিলোঁ! তেওঁলোকৰ উৎসাহী সঁহাৰিয়ে ছবিখনৰ প্ৰতি দৰ্শকৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। ইফালে অভিনেতা হৰ্ষবৰ্ধন ৰাণেই ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, শেষবাৰৰ বাবে এই ঈৰ্ষা অনুভৱ কৰিছিলো ‘এনিমেল’ ট্ৰেইলাৰৰ সময়ত। মই এখন সৰু চহৰৰ, আৰু টিজাৰৰ শেষৰ সংলাপটো মোৰ মনত আবদ্ধ হৈ পৰিছিল। তেওঁৰ এই পোষ্টটো অনুৰাগীৰ মাজতো চৰ্চাৰ বিষয় হৈ পৰিছে।

মুক্তিৰ কিছু মিনিটৰ ভিতৰতে ছ’চিয়েল মিডিয়াত এই টিজাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰে। ইতিমধ্যে ২.৫ কোটিতকৈ অধিক ভিউ লাভ কৰিছে আৰু হিন্দীত ইউটিউবত ১ নম্বৰত ট্ৰেণ্ডিং কৰি আছে। ‘তেৰে ইছক মেইন’ উপস্থাপন কৰিছে গুলচন কুমাৰ, টি-ছিৰিজ, আৰু কালাৰ ইয়েলো প্ৰডাকচনে। আনন্দ এল ৰায়, হিমাংশু শৰ্মা, ভূষণ কুমাৰ, কৃষণ কুমাৰৰ প্ৰযোজক ছবিখন। চিত্ৰনাট্য ৰচনা কৰিছে হিমাংশু শৰ্মা আৰু নীৰজ যাদৱে, আনন্দ এল ৰায়ে পৰিচালনা কৰিছে। সংগীতৰ সৈতে এ.আৰ. ৰহমান আৰু ইৰছাদ কামিলৰ গীতৰ কথা, ধনুষ আৰু কৃতি ছানন অভিনীত ছবিখন ২০২৫ চনৰ ২৮ নৱেম্বৰত বিশ্বজুৰি হিন্দী আৰু তামিল ভাষাত মুক্তি পাব।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

কাজোলৰ ছবি ‘মা’ৰ প্ৰথম দিনাৰ উপাৰ্জন প্ৰকাশ
মনোজ বাজপেয়ীৰ ‘দ্য ফেমিলি মেন ৩’ৰ শক্তিশালী ট্ৰেইলাৰ মুকলি
‘বৰ্ডাৰ ২’ ৰ পৰা বৰুণ ধাৱনৰ প্ৰথম লুক প্ৰকাশ
অহা মাহত সিদ্ধু মুছেৱালাৰ মাতৃয়ে জন্ম দিব সন্তান
বিখ্যাত অভিনেতা ফিচ ভেংকটৰ মৃত্যু, ৫৩ বছৰীয়া অভিনেতা গুৰুতৰভাৱে অসুস্থ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ডব্লিউপিএচি ২০২৫: পোলেণ্ডৰ লং জাম্পাৰ কেৰ’লিনাই ব্ৰঞ্জৰ পদক লাভ
Next Article সাপ্তাহিক শ্বেয়াৰ পৰ্যালোচনা: ক্ৰয় সমৰ্থনৰ ওপৰত শ্বেয়াৰ বজাৰৰ উৰ্ধগামী ধাৰা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?