ধুবুৰী: সুদখোৰৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। পুনৰ চাপৰ আৰক্ষীৰ জালত পৰিছে আন এজন সুদখোৰ। মঙলবাৰে নিশা চাপৰৰ পাখিৰিৰতল বজাৰৰ পৰা আটক কৰে সুদখোৰজনক।
বহু দিনৰ পৰা পলাতক হৈ আছিল সুদখোৰ জন। অৱশেষত আৰক্ষীৰ জালত পৰিল সুদখোৰজন। সুদখোৰজন চাপৰৰ হৰ্দেমাৰাৰ নৌচাদ আলী বুলি জানিব পৰা গৈছে।
