• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্ব বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায়
Business

বিশ্ব বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াতো মিশ্ৰিত ব্যৱসায়

CliQ INDIA
Last updated: September 2, 2025 11:33 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। আজি বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা মিশ্ৰিত সংকেত লাভ কৰা হৈছে। কালি শ্ৰমিক দিৱসৰ বাবে আমেৰিকাৰ বজাৰ বন্ধ আছিল, গতিকে যোৱা অধিবেশনত ৱাল ষ্ট্ৰীটত কোনো ধৰণৰ ব্যৱসায় হোৱা নাছিল। অৱশ্যে ডাউ জ’নছ ফিউচাৰ্ছৰ বৰ্তমান ৪৫,৫৪৪.৮৮ পইণ্টত ব্যৱসায় হোৱা দেখা গৈছে আৰু ইয়াৰ দুৰ্বলতা ৯২.০২ পইণ্ট অৰ্থাৎ ০.২০ শতাংশ। যোৱা অধিবেশনত ইউৰোপৰ বজাৰত ক্ৰয় কৰা হৈছিল। আনহাতে আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছে।

যোৱা অধিবেশনৰ সময়ছোৱাত হেঁচা থকাৰ মাজতে ইউৰোপৰ বজাৰসমূহত ক্ৰয়ৰ হাৰ অব্যাহত আছিল। এফ টি এছ ই সূচকাংক ০.০১ শতাংশৰ প্ৰতীকী বৃদ্ধিৰে ৯,১৮৮.৩৫ পইণ্টত বন্ধ হয়। একেদৰে যোৱা অধিবেশনত ০.০৪ শতাংশ প্ৰান্তীয় বৃদ্ধিৰে চিএচি সূচকাংকই ৭,৭০৬.৬০ পইণ্টত ব্যৱসায়ৰ অন্ত পেলায়। অৱশ্যে যোৱা অধিবেশনৰ সময়ছোৱাত ক্ৰয়ৰ সমৰ্থনত ১২৯.২৯ পইণ্ট বা ০.৫৪ শতাংশ জপিয়াই ২৪,০৩১.৫০ পইণ্টত বন্ধ হ’বলৈ সক্ষম হয় ডিএএক্স সূচকাংক।

আজি এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছে। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৬টা সূচকাংকই গ্ৰীণ মাৰ্কত শক্তিশালীভাৱে ব্যৱসায় কৰি আছে, আনহাতে ৩টা সূচকাংক হ্ৰাসৰ সৈতে ৰঙা মাৰ্কত আছে। ছাংহাই কম্পোজিট সূচকাংক ০.৭৯ শতাংশ দুৰ্বলতাৰে ৩,৮৪৪.৮৪ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে হেং চেং সূচকাংক ১৩৮.৪২ পইণ্ট বা ০.৫৪ শতাংশ হ্ৰাস পাই ২৫,৪৭৯ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ০.১৯ শতাংশ হ্ৰাস পাই ২৪,০২৫.৫৬ পইণ্টৰ স্তৰলৈ নামি আহিছে।

আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.০৪ শতাংশৰ প্ৰান্তীয় লাভৰ সৈতে ২৪,৭৩৭.৫০ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.৩৩ শতাংশ জপিয়াই ৪,২৯০.৩০ পইণ্টৰ স্তৰত উপনীত হৈছে। আজি জাকাৰ্টা কম্পোজিট ইনডেক্সে তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ১.০৭ শতাংশ বৃদ্ধিৰে ৭,৮১৯.১৩ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা গৈছে।

একেদৰে ০.৮৬ শতাংশ শক্তিৰে ৩,১৭০.০৮ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে কোস্পি সূচকাংক। ইয়াৰ উপৰিও ছেট কম্পোজিট সূচকাংক ০.৪৭ শতাংশ জপিয়াই ১২৫০.৩৭ পইণ্টৰ স্তৰলৈ আৰু নিকেই সূচকাংক ১৯১.২১ পইণ্ট অৰ্থাৎ ০.৪৫ শতাংশ বৃদ্ধিৰে ৪২,৩৮০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ছিপাঝাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৰুণ মৃত্য়ু
বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে ৰেপিডোৰ বিৰুদ্ধে চিচিপিএৰ ১০ লাখ টকাৰ জৰিমনা
শিৱসুব্ৰমণিয়াম ৰমণৰ পিএফআৰডিএৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ
ভাৰতীয় ব্যৱসায়ীসকলে পাকিস্তানৰ সৈতে ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিব: কেট | BulletsIn
চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ লাভ ৫৭ শতাংশ বৃদ্ধিৰে ৭১৮ কোটি টকা পায়গৈ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সাপটগ্ৰামত এখন গেলামাল দোকানৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
Next Article উত্তৰ কোৰিয়াৰ শাসক কিম জং উন বিশেষ সাজসজ্জিত ৰে’লত বেইজিঙলৈ ৰাওনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?