• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > নীলানচন ছীড গ্ৰোৱাৰ ছোছাইটিৰ উদ্যোগত কৃষি বীজ বিতৰণ
Business

নীলানচন ছীড গ্ৰোৱাৰ ছোছাইটিৰ উদ্যোগত কৃষি বীজ বিতৰণ

CliQ INDIA
Last updated: November 26, 2023 8:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

দক্ষিণ শালমাৰা মানকাচৰ, ২৬ নৱেম্বৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফেকামাৰী হাজিপাৰাত আজি পুৱা ১০ বজাত নীলানচন ছীড গ্ৰোৱাৰ ছোছাইটি নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু জৈৱিক প্ৰামনিকৰণ অভিকৰণৰ সহযোগত মটৰ মাহৰ বীজ; বুট কালাইৰ বীজ আৰু মচুৰ কালাইৰ বীজ প্ৰায় শতাধিক কৃষকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হয়।

এই বীজ বিতৰণী কায্যত সহায় সহযোগিতা আগবঢ়ায় ফজল হক চৌধুৰী; সহকাৰী বীজ প্ৰামাণিকৰণ বিষয়া; নিহাৰ জ্যোতি গোস্বামী; বীজ উৎপাদন প্ৰধান আৰু নীলানচন গ্ৰোৱাৰ ছোছাইটিয়ে।

এই বেচৰকাৰী সংস্থাটোৱে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ফেকামাৰী ; দয়াৰচৰ ; মানকাচৰ; দক্ষিণ শালমাৰা আদি এলেকাৰ কৃষক সকলৰ বাবে বিনামূলীয়াক উন্নত জাতৰ বীজ বিতৰণ কৰিছে আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিবলৈ যথেষ্ট আগভাগ লোৱা পৰিলক্ষিত হৈছে। সেয়েহে এই বেচৰকাৰী সংগঠনটোৰ এনে কাৰ্য্যক সকলোৱে শলাগ জনাইছে।

পৰবৰ্তী সময়ত এই বেচৰকাৰী ছোছাইটিয়ে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষক সকলৰ উন্নয়নৰ বাবে সহায় সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ

You Might Also Like

ট্ৰাম্পৰ শুল্ক নীতিৰ ফলত আমেৰিকাৰ বজাৰখন নিৰাশ, ভাৰতত ইয়াৰ বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই | BulletsIn
ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বিমান সেৱা: ডায়েল
অলংকাৰ বজাৰত উত্থানৰ ধাৰা, সোণ আৰু ৰূপৰ চমক বৃদ্ধি
অলংকাৰ বজাৰৰ অৱনমন, সোণ-ৰূপৰ দাম হ্ৰাস
খাৰুৱা তেলৰ উইণ্ডফল টেক্স প্ৰতি টনত ৬০০ টকা হ্ৰাস, নতুন হাৰ কাৰ্যকৰী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শিলচৰ মালুগ্ৰামত অচিনাক্ত যুৱকৰ ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ
Next Article ভাৰতৰ সহযোগিতা অবিহনে নেপালত গণৰাজ্য প্ৰতিষ্ঠা অসম্ভৱ আছিলঃ প্ৰচণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?