লক্ষিমপুৰ, ০৩ মাৰ্চ : লক্ষিমপুৰ সংসদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে পুনৰবাৰ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদান বৰুৱাই। প্ৰদান বৰুৱাই টিকট লাভ কৰাৰ বাবে লক্ষিমপুৰ বিজেপি কাৰ্যালয়ত আনন্দ উল্লাসৰ সৃষ্টি হয়। লগতে একপ্ৰকাৰ উদযাপন কৰিলে আবতৰীয়া দেৱালী।
