• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > আৰ বি আইৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি ৭ শতাংশ হোৱাৰ অনুমান
Business

আৰ বি আইৰ ২০২৪-২৫ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি ৭ শতাংশ হোৱাৰ অনুমান

CliQ INDIA
Last updated: February 13, 2024 10:52 am
CliQ INDIA
Share
2 Min Read
SHARE

মুম্বাই, ০৮ ফেব্ৰুৱাৰী: ভাৰতীয় ৰিজাৰ্ভ বেংকে অহা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ ৭ শতাংশ হ’ব বুলি অনুমান কৰিছে। কিন্তু চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত অৰ্থনৈতিক বিকাশৰ হাৰ ৭.৩ শতাংশ বুলি অনুমান কৰা হৈছে।

বৃহস্পতিবাৰে ইয়াত দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতিৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠকৰ ফলাফল ঘোষণা কৰি ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে গ্ৰাম্য চাহিদা বাঢ়িছে, চহৰৰ ব্যৱহাৰ শক্তিশালী হৈয়েই আছে। একে সময়তে মূলধনী ব্যয় বৃদ্ধিৰ বাবে বিনিয়োগ চক্ৰটোৱে গতি লাভ কৰিছে। তেওঁ কয় যে ব্যক্তিগত বিনিয়োগতো উন্নতিৰ লক্ষণ দেখা গৈছে।

শক্তিকান্ত দাসে আগন্তুক ২০২৪-২৫ বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ হাৰ সাত শতাংশ হ’ব বুলি অনুমান কৰিছে। আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে এপ্ৰিল-জুন আৰু জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত অৰ্থনৈতিক বিকাশৰ হাৰ ক্ৰমে ৭.২ শতাংশ আৰু ৬.৮ শতাংশ হ’ব, আনহাতে অক্টোবৰ-ডিছেম্বৰ আৰু জানুৱাৰী-মাৰ্চ ত্ৰৈমাসিকত ই ৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে।

ঘৰুৱা অৰ্থনৈতিক কাৰ্যকলাপ শক্তিশালী হৈ আছে বুলিও কয় আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে। দাসে কয় যে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ হিচাপ অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ ৭.৩ শতাংশ। তেওঁ কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ গতিবেগ অহা ২০২৪-২৫ বিত্তীয় বৰ্ষতো অব্যাহত থকাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ বাবে ভাৰতৰ বাস্তৱিক জিডিপি বৃদ্ধিৰ হাৰ ৭.৩ শতাংশ বুলি অনুমান কৰা হৈছে। একে সময়তে আৰ বি আইয়ে শেষবাৰৰ বাবে বৃদ্ধিৰ হাৰৰ অনুমান ৬.৫ শতাংশৰ পৰা সাত শতাংশলৈ বৃদ্ধি কৰিছিল, আনহাতে বিশ্ব ৰেটিং সংস্থাসমূহে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৬.৫ শতাংশৰ পৰা ৬.৯ শতাংশৰ ভিতৰত হ’ব বুলি অনুমান কৰিছে।

You Might Also Like

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
এফ টি এৰ জৰিয়তে ভাৰতীয় পেছাদাৰীসকলৰ বাবে বিদেশত মুকলি হ’ব সুযোগঃ ৰাজেশ আগৰৱালা
গ্যালাৰ্ড ষ্টীলৰ আই পি অ’ মুকলি, ২৬ নৱেম্বৰত তালিকাভুক্ত
ভাৰতত ব্যৱহাৰৰ বাবে আমাৰ স্লিপ এপনিয়া ডিভাইচসমূহ নিৰাপদ: ফিলিপছ
অলংকাৰ বজাৰত সোণৰ দাম হ্ৰাস, বিয়াৰ বতৰত গ্ৰাহকক সকাহ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article খটখটিৰ আৰক্ষীৰ নাকা তালাচীত হেৰ’ইন আৰু কানিসহ ধৃত ১
Next Article এইবাৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ২৩খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ছবি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026
কৃত্ৰিম বুদ্ধিমত্তা, দক্ষতা আৰু অৰ্থনৈতিক বিকাশ প্ৰদৰ্শনৰ বাবে পাটনাত বিহাৰ এআই সন্মিলন ২০২৬
Uncategorized
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?