• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > মনিকা আলকোবেভৰ ষ্টক মাৰ্কেটত সমতল প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰীৰ প্ৰান্তীয় লাভ
Business

মনিকা আলকোবেভৰ ষ্টক মাৰ্কেটত সমতল প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰীৰ প্ৰান্তীয় লাভ

CliQ INDIA
Last updated: July 24, 2025 12:40 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৩ জুলাই (হি.স.)। ভাৰত আৰু চুবুৰীয়া দেশত মদ্যপান আমদানি কৰি বিক্ৰী কৰা কোম্পানী মনিকা আলকোবেভৰ শ্বেয়াৰ আজি সামান্য বৃদ্ধিৰে শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২৮৬ টকা। আজি বি এছ ইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ প্লেটফৰ্মত মাত্ৰ ০.৭০ শতাংশ প্ৰিমিয়ামৰ সৈতে ২৮৮ টকাত তালিকাভুক্ত হয়। তালিকাভুক্ত হোৱাৰ পিছত ক্ৰয় আৰম্ভ হোৱাৰ লগে লগে শ্বেয়াৰসমূহে গতি লাভ কৰে। পুৱা ১০:৩০ বজালৈকে ব্যৱসায়ৰ পিছত কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ২৮৯.৫০ টকা। ইয়াৰ বাবেই কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীয়ে এই পৰ্যন্ত ব্যৱসায়ত প্ৰায় ১.২২ শতাংশ লাভ কৰিছে।

মনিকা আলকোবেভৰ ১৬৫.৬৩ কোটি টকাৰ আই পি অ’ ১৬ৰ পৰা ১৮ জুলাইৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আই পি অ’ই বিনিয়োগকাৰীৰ পৰা গড় সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ৪.০৮ গুণ চাবস্ক্ৰাইব কৰা হৈছিল। এইবোৰত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতা (কিউআইবি)ৰ বাবে সংৰক্ষিত অংশ ২.৫৪ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰী (এন আই আই)ৰ বাবে সংৰক্ষিত অংশই ৮.৮৬ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ২.২৯ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ১৩৭.০২ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ডোৰ জৰিয়তে ১০ টকাৰ ফেচ ভেলু ১০ লাখ শ্বেয়াৰ বিক্ৰী কৰা হৈছে। নতুন শ্বেয়াৰৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে পুৰণি ঋণ পৰিশোধ কৰিবলৈ, কাৰ্য্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ ১৩.০৩ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ১৬.৬০ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ২৩.১১ কোটি টকালৈ জপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ৩০ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাই ২৩৮.৩৬ কোটি টকা হয় ৷

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দেশত পেট্ৰ'ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৯০ ডলাৰৰ ওচৰত
ষ্টক মাৰ্কেটত সময় প্ৰজেক্ট চাৰ্ভিচেছৰ শক্তিশালী প্ৰৱেশ, বিনিয়োগকাৰীৰ ১০ শতাংশতকৈ অধিক লাভ
শ্ৰী ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ বাবে সমগ্ৰ দেশতে ১.২৫ লাখ কোটি টকাৰ ব্যৱসায়
১ ফেব্ৰুৱাৰীত সদনত অন্তৱৰ্তীকালীন বাজেট, এদিন পূৰ্বে দাখিল হ’ব অৰ্থনৈতিক জৰীপ
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত খাৰুৱা তেলৰ মূল্য ২ শতাংশতকৈ অধিক বৃদ্ধি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মনোজ বাজপেয়ী আৰু ৰাম গোপাল বৰ্মাৰ যুটিয়ে ‘পুলিচ ষ্টেচন মে ভূত’ৰ জৰিয়তে হাঁহিৰ ৰেঙণি যোগ কৰিবলৈ সাজু হৈছে
Next Article বাৰিষাৰ ফলত পাকিস্তানত বিধ্বংসী ৰূপ ধাৰণ, বানপানী, ভূমিস্খলনত, ২৩৪ জন লোকৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?