• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত গৰিমাৰ
Regional

জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত গৰিমাৰ

CliQ INDIA
Last updated: October 5, 2025 11:40 am
CliQ INDIA
Share
2 Min Read
SHARE

গুৱাহাটী, ০৪ অক্টোবৰ (হি.স.)। প্ৰখ্যাত কণ্ঠশিল্পী, সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই ইহ সংসাৰৰ পৰা বিদায় লোৱা জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে তেওঁৰ পত্নী গৰিমা গাৰ্গে। শনিবাৰে এই কথা ৰাজহুৱা কৰি গৰিমাই কয় যে চলি থকা তদন্তত কোনো ধৰণৰ ব্যাঘাত নজন্মাবলৈ এই সিদ্ধান্ত লোৱা হৈছে।

গৰিমা গাৰ্গে উল্লেখ কৰে যে চলি থকা সকলো তদন্তত, বিশেষকৈ বিশেষ তদন্তকাৰী দলে (এছ আই টি) চলোৱা তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব। তেওঁ স্পষ্ট কৰি দিয়ে যে যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে, সেয়েহে কথাবোৰ ৰাজহুৱা কৰিলে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি আশংকা কৰিছে—সেয়েহে তেওঁ প্ৰতিবেদন গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে।

আইনৰ ওপৰত আস্থা প্ৰকাশ কৰি গৰিমাই কয় যে, মই আইনৰ বিষয়ে বিশেষ নাজানো, গতিকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আদালত আৰু তদন্তকাৰী বিষয়াৰ হাতত থাকিব লাগে। মোৰ বিশ্বাস তদন্ত এতিয়া সঠিক দিশত আগবাঢ়িছে। প্ৰকৃততে ঘটনাটো কি হৈছিল সেয়া অতিশীঘ্ৰে জানিব লাগিব। তদন্ত জোৰদাৰ হ’ব লাগিব। যি দোষী আছে তেওঁলোকে কঠোৰ শাস্তি পাবই লাগিব। ’’

গৰিমাই আৱেগিকভাৱে ক’য়, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন মোৰ ব্যক্তিগত সম্পত্তি নহয়। মই মোৰ মানুহজনক হেৰুৱাইছো, জুবিনক মই ঘূৰাই নাপাও কেতিয়াও। কিন্তু তেওঁ উচিত ন্যায় পাব লাগিব।

সূত্ৰ অনুসৰি, শনিবাৰে এছ আই টিয়ে গৰিমা গাৰ্গৰ বক্তব্য ৰেকৰ্ড কৰাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰো বক্তব্যও ৰেকৰ্ড কৰে।

জুবিন গাৰ্গক বিহ দি হত্যা কৰা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে যে ‘‘শেখৰে যদি জানিছিল ইমানদিন কিয় লুকুৱাই ৰাখিছিল? এইক্ষেত্ৰত দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব। মোৰ মানুহজনে সকলোকে ইমান মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে?’’ এইক্ষেত্ৰত দায়ীসকলক কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ভৱানীপুৰ মানাহ অভয়াৰণ্য ঘাইপথ অৱৰোধ
তামুলপুৰত আৰোহণ আঁচনি সন্দৰ্ভত জিলা প্ৰশাসনৰ সভা
বৰপেটাৰোডত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে ৬০ৰ ঊৰ্ধৰ ব্যক্তিক
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্ম দিৱস উপলক্ষে গোসাঁইগাঁৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
চামগুৰিৰ পেনাইত ভয়ংকৰ অগ্নিকাণ্ড – HindusthanSamachar Assamese

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইতিহাসত ৬ অক্টোবৰঃ ব্ৰিটিছ ভাৰতৰ বাবে ভাৰতীয় দণ্ডবিধি গৃহীত
Next Article বালিসত্ৰৰ ২৪ সংখ্যক বাচা ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাত ধুহি এফ চি চূড়ান্ত বিজয়ী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?