• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > আই এছ এছ এফ বিশ্বকাপঃ ফাইনেলৰ দৌৰত ভৱেশ, মেহুলী আৰু মণিনিয়ে কৰিব নোৱাৰিলে প্ৰভাৱিত
Sports

আই এছ এছ এফ বিশ্বকাপঃ ফাইনেলৰ দৌৰত ভৱেশ, মেহুলী আৰু মণিনিয়ে কৰিব নোৱাৰিলে প্ৰভাৱিত

CliQ INDIA
Last updated: September 13, 2025 6:47 am
CliQ INDIA
Share
3 Min Read
SHARE

নিংবো (চীন), ১২ ছেপ্টেম্বৰ (হি.স.)। আই এছ এছ এফৰ বিশ্বকাপ ৰাইফল/পিষ্টলৰ চতুৰ্থ দিনটোত ভাৰতৰ ভৱেশ শ্বেখাৱাটে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই শুকুৰবাৰে ইয়াত পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল অৰ্হতাৰ প্ৰথম পৰ্যায়ত চতুৰ্থ স্থান দখল কৰে।

এই প্ৰদৰ্শনৰ বাবেই ভৱেশ ফাইনেলত প্ৰৱেশৰ দৌৰত আছে যদিও মহিলাৰ ৫০ মিটাৰ ৰাইফল থ্ৰী পজিচনত ভাৰতীয় প্ৰত্যাহ্বান দুৰ্বল হৈ পৰাত কোনো শ্বুটাৰে ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিব নোৱাৰিলে।

আৰ পি এফ ইভেণ্টত ভৱেশে ৯৭, ৯৯ আৰু ৯৭ ৰান সংগ্ৰহ কৰি সুস্থিৰ ২৯৩-৯x স্ক’ৰ কৰি তৃতীয় স্থান দখল কৰে।

জাৰ্মানীৰ ইমানুৱেল মুলাৰে ২৯৫-১২x ৰে শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে ফ্ৰান্সৰ ক্লেমেণ্ট বেছাগুৱেটে ২৯৪-১১x ৰে দ্বিতীয় স্থানত আছে। আন ভাৰতীয়ৰ ভিতৰত প্ৰদীপ সিং শ্বেখাৱটে ২৮৮-৮x (৯৮, ৯৫, ৯৫) ৰে ২৪ নম্বৰ স্থানত আছে, আনহাতে মনদ্বীপ সিঙে ২৭২-৫x (৯৩, ৯১, ৮৮) ৰে ৪৩ নম্বৰ স্থানত আছে।

মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পজিচনৰ ফাইনেলত বিশ্বৰ ১ নম্বৰ নৰৱেৰ জিনেট হেগ ডুয়েষ্টাডে ৪৬৬.২ স্ক’ৰেৰে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো সোণৰ পদক লাভ কৰে, ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড দলত সোণৰ পদক লাভ কৰিছিল।

এইবাৰ মিউনিখত অনুষ্ঠিত বিশ্বকাপত সোণৰ পদক আৰু লিমাত ৰূপৰ পদক লাভ কৰা ডুয়েষ্টাডৰ পিছতে ডেনমাৰ্কৰ ৰিকি মেং ইবচেনে ৪৬৩.৩ পইণ্টেৰে ৰূপৰ পদক আৰু চেক গণৰাজ্যৰ বাৰ্বৰা ডাবস্কাই ৪৫১.৪ পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।

ভাৰতৰ হৈ মেহুলী ঘোষে মুঠ ৫৮৩-২৩x (আঁঠু কঢ়াত ১৯৪, প্ৰ’নত ১৯৬, ষ্টেণ্ডিঙত ১৯৩) শ্বটেৰে ২৩ নম্বৰ স্থান দখল কৰাৰ বিপৰীতে মণিনি কৌশিক ৫৮০-২২x (১৯১, ১৯৭, ১৯২) শ্বটেৰে ৪৫ নম্বৰ স্থান দখল কৰে। সুৰভি ভৰদ্বাজ ৰাপোলে ৫৭৮-২৩x (১৯৩, ১৯৬, ১৮৯) শ্বট দি ৫২ নম্বৰ স্থান দখল কৰে।

২০২৩ চনৰ বাকু বিশ্ব চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক লাভ কৰা মেহুলীয়ে আঁঠুৰ অৱস্থাত ৯৮ ৰান কৰি ভাল আৰম্ভণি কৰিছিল যদিও পৰৱৰ্তী ছিৰিজত লৰচৰ কৰি ৯৬ ৰান সংগ্ৰহ কৰি মুঠ ১৯৪ ৰান সংগ্ৰহ কৰিছিল।

প্ৰ’ন পজিচনত এক উজ্জ্বল কামবেক কৰি ৯৯ আৰু ৯৭ ৰান সংগ্ৰহ কৰি মুঠ ১৯৬ পইণ্ট লাভ কৰে যদিও ষ্টেণ্ডিং পজিচনত পুনৰ লৰচৰ কৰি ৯৫ পইণ্ট সংগ্ৰহ কৰে।

পৰৱৰ্তী ১০টা শ্বটত ৯৮ পইণ্ট লাভ কৰিলে কোনো সহায় নহ’ল আৰু ষ্টেণ্ডিং পজিচনত তেওঁৰ মুঠ স্ক’ৰ ১৯৩ হৈয়েই থাকিল।

পদকৰ হিচাপত ভাৰতে এতিয়াও একাউণ্ট খুলিব পৰা নাই যদিও চীনে দুটা সোণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষত আছে। নৰৱে দুটা স্বৰ্ণ পদকেৰে দ্বিতীয় স্থানত থকাৰ বিপৰীতে দক্ষিণ কোৰিয়াই এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

হাৰবিনত অনুষ্ঠিত হ'বলগীয়া ২০২৫ চনৰ এছিয়ান শীতকালীন গেমছৰ বাবে ক্ৰীড়া কাৰ্যসূচী ঘোষণা
এফ আই এইচ প্ৰ’ লীগৰ ইউৰোপীয় লেগলৈ ৰাওনা ভাৰতীয় পুৰুষৰ হকী দল | BulletsIn
উর্বিল পটেলের ব্লিটজ পাওয়ারস চেন্নাই সুপার কিংসকে নাটকীয় জয় দিল যখন LSG আইপিএল ২০২৬ থেকে বাদ পড়ে
ৰাষ্ট্ৰীয় পৰীক্ষাত বিশ্ব অভিলেখ ভংগ ভাৰতীয় শ্বুটাৰ ঐশ্বৰী প্ৰতাপ সিং টোমাৰ
এ এফ চি কাপৰ অৰ্হতাৰ বাবে ভাৰতীয় মহিলা দলে লাভ কৰে ৪২.৭৫ লাখ টকাৰ পুৰস্কাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গুৰু দুজনাৰ আবিৰ্ভাৱ আৰু তিৰোভাৱ তিথিত প্ৰতিজন অসমীয়াক সত্ৰ – নামঘৰলৈ আহিবলৈ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ
Next Article এছবিআইৰ এমডি পদৰ বাবে এফএছআইবিৰ ৰবি ৰঞ্জনক চয়ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?