• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > বিশ্বব্যাপী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াৰ বজাৰসমূহত উত্থান
Business

বিশ্বব্যাপী বজাৰৰ পৰা মিশ্ৰিত সংকেত, এছিয়াৰ বজাৰসমূহত উত্থান

CliQ INDIA
Last updated: September 5, 2025 1:22 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০৫ ছেপ্টেম্বৰ (হি.স.)। আজি বিশ্বৰ মূলধনীজাত বজাৰৰ পৰা মিশ্ৰিত সংকেত লাভ কৰা হৈছে। যোৱা অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰখন হ্ৰাস পোৱাৰ লগে লগে বন্ধ হৈ পৰে। অৱশ্যে বৰ্তমান ডাউ জ’নছৰ ফ্যুচাৰত লাভৰ সৈতে ব্যৱসায় হোৱা দেখা গৈছে। যোৱা অধিবেশনত ইউৰোপীয় বজাৰত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। আনহাতে, এছিয়াৰ বজাৰখন সাধাৰণতে আজিৰ দিনত উত্থান দেখা (বুলিছ ট্ৰেণ্ড) গৈছে।

যোৱা অধিবেশনত আমেৰিকাৰ বজাৰত অবিৰতভাৱে লাভৰ বুকিং হৈছিল, যাৰ বাবে ৱাল ষ্ট্ৰীটৰ সূচকাংক হ্ৰাস পোৱাৰ লগে লগে বন্ধ হৈছিল। ডাউ জ’নছ ইণ্ডাষ্ট্ৰিয়েল এভাৰেজ ০.২০ শতাংশ হ্ৰাস পাই ৪৫,৫৪৪.৮৮ পইণ্টত বন্ধ হয়। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংকই যোৱা অধিবেশনৰ ব্যৱসায়ৰ অন্ত পেলাই ০.৬৪ শতাংশ দুৰ্বলতাৰে ৬,৪৬০.২৬ পইণ্টত। ইয়াৰ উপৰিও নাছডাক ১.১৫ শতাংশ বৃহৎ হ্ৰাসৰে ২১,৪৫৫.৫৫ পইণ্টত বন্ধ হয়। আনহাতে, বৰ্তমান ডাউ জ’নছ ফিউচাৰ্ছ ০.৩১ শতাংশ বৃদ্ধিৰে ৪৫,৭০২ পইণ্টত ব্যৱসায় কৰিছে।

যোৱা অধিবেশনত মিশ্ৰিত ব্যৱসায়ৰ পিছত ইউৰোপৰ বজাৰসমূহ বন্ধ হৈ পৰে। এফ টি এছ ই সূচকাংক ০.৪২ শতাংশ বৃদ্ধিৰে ৯,২১৬.৮৭ পইণ্টত বন্ধ হয়। একেদৰে ডিএএক্স সূচকাংক ১৭৫.৫৩ পইণ্ট বা ০.৭৪ শতাংশ বৃদ্ধিৰে ২৩,৭৭০.৩৩ পইণ্টত বন্ধ হয়। আনহাতে, যোৱা অধিবেশনত ০.২৭ শতাংশ লোকচানেৰে ৭,৬৯৮.৯২ পইণ্টত অন্ত পৰে চিএচি সূচকাংক।

এছিয়াৰ বজাৰখন আজি সাধাৰণতে উত্থানৰত। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত ৮খন সূচকাংকই লাভৰ সৈতে সেউজীয়াত ব্যৱসায় কৰি আছে, আনহাতে মাত্ৰ এটা সূচকাংকহে হ্ৰাসৰ সৈতে ৰঙা ৰঙত আছে। এছিয়াৰ বজাৰত একমাত্ৰ জাকাৰ্টা কম্পোজিট সূচকাংক ০.২৪ শতাংশ দুৰ্বলতাৰে ৭,৮৬৭.৩৫ পইণ্টত ব্যৱসায় কৰা হৈছে।

আনহাতে, গিফ্ট নিফটিৰ মূল্য ০.২৬ শতাংশ শক্তিৰে ২৪,৮৯২ পইণ্টত ব্যৱসায় কৰা হৈছে। একেদৰে ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১৫ শতাংশ বৃদ্ধিৰে ৪,৩০৩.১২ পইণ্টত উপনীত হৈছে। আজি টাইৱান ওজনযুক্ত সূচকাংকত তীব্ৰ উত্থান ঘটিছে। বৰ্তমান এই সূচকাংক ২৯৪.১২ পইণ্ট অৰ্থাৎ ১.২২ শতাংশ জপিয়াই ২৪,৪৭৩.৯৭ পইণ্টত উপনীত হৈছে।

একেদৰে নিকেই সূচকাংক ৩১৩.৭৩ পইণ্ট অৰ্থাৎ ০.৭৪ শতাংশ বৃদ্ধিৰে ৪২,৮৯৪ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও ছেট কম্পোজিট সূচকাংক ০.৬৯ শতাংশ জঁপিয়াই ১,২৬১.১৭ পইণ্ট, হেং চেং সূচকাংক ১১৯.৪৯ পইণ্ট বা ০.৪৮ শতাংশ বৃদ্ধি পাই ২৫,১৭৮ পইণ্ট, চাংহাই কম্পোজিট সূচকাংক ০.২০ শতাংশ বৃদ্ধি পাই ৩,৭৭৩.৩৭ পইণ্ট আৰু কস্পি সূচকাংক বৃদ্ধি পায় ০.০৪ শতাংশ বৃদ্ধিৰে ৩,২০২.১১ পইণ্টৰ স্তৰত উপনীত হয়।

हिन्दुस्थान समाचार / Manoj Kumar Saikia

You Might Also Like

আৰম্ভণিৰ ব্যৱসায়ত ষ্টক মাৰ্কেটত উত্থানৰ ধাৰা, চেন্সেক্স আৰু নিফ্টী বৃদ্ধি | BulletsIn
ফেবটেক টেকন’লজিছৰ পৰা হতাশ বিনিয়োগকাৰী
দেশত পেট্ৰ’ল-ডিজেলৰ দৰ সুস্থিৰ, খাৰুৱা তেলৰ দৰ ৮৯ ডলাৰৰ ওচৰত
খাৰুৱা তেলৰ দৰ প্ৰতি বেৰেলত ৮৭ ডলাৰৰ ওচৰত, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ | BulletsIn
এয়াৰবাছ এ-৩২০ বিমানৰ কাৰিকৰী ত্ৰুটি, ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াকে ধৰি ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান সেৱা প্ৰভাৱিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোলকগঞ্জৰ হালাকুৰা বজাৰত নকল নোট উদ্ধাৰ
Next Article দিল্লীৰ যমুনা নদীৰ প্ৰবাহ হ্ৰাস, পুৰণি ৰেল দলঙৰ জলপৃষ্ঠ ২০৭.৩৩ মিটাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?