• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > হিমাচল প্ৰদেশৰ মাণ্ডিত পথাৰত বাগৰিল এইছআৰটিচি বাছ, এজনৰ মৃত্যু, কেইবাজনো আহত
National

হিমাচল প্ৰদেশৰ মাণ্ডিত পথাৰত বাগৰিল এইছআৰটিচি বাছ, এজনৰ মৃত্যু, কেইবাজনো আহত

CliQ INDIA
Last updated: July 25, 2025 1:46 am
CliQ INDIA
Share
2 Min Read
SHARE

শিমলা, ২৪ জুলাই (হি.স.)। বৃহস্পতিবাৰে পুৱা মাণ্ডী জিলাৰ সৰকাঘাট মহকুমাৰ মাছেৰাণৰ সমীপৰ তৰংগলাত হিমাচল পথ পৰিবহণ নিগমৰ এখন বাছ নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা বাগৰি পথাৰত বাগৰি পৰে। ইয়াৰ ফলত এজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো আহত হৈছে। আহত দুজনৰ অৱস্থা সংকটজনক। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় ২০ৰ পৰা ২৫জন যাত্ৰী উপস্থিত আছিল।

ঘটনাস্থলীত উপস্থিত হৈছে সৰকাঘাট থানা আৰু সৰকাঘাটৰ ডিএছপি সঞ্জীৱ গৌতমৰ দল। একে সময়তে স্থানীয় গাঁওবাসীয়েও উদ্ধাৰ কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এম্বুলেন্সৰ সহায়ত আহতসকলক প্ৰাথমিক চিকিৎসাৰ বাবে সৰকাঘাট চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন ১৬ বছৰীয়া যুৱকৰ। ইয়াৰ বাহিৰেও চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুগৰাকী মহিলাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, ৰাতিপুৱা বাছখন যাত্ৰীসহ সৰকাঘাট অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখন পথাৰত বাগৰি পৰাৰ পিছত তাত থকা মানুহবোৰ ইফালে সিফালে বাগৰি পৰে। স্থানীয় লোকে লগে লগে সেই স্থানত উপস্থিত হৈ আহতসকলক উলিয়াই আনি প্ৰশাসনক খবৰ দিয়ে।

দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে। দুৰ্ঘটনাটোৰ সঠিক কাৰণ, সেয়া বাছখনৰ কাৰিকৰী দোষ হওক বা চালকৰ কোনো ভুল হওক, বিতং তদন্তৰ পিছতহে স্পষ্ট হ’ব। বৰ্তমান আৰক্ষীয়ে দুৰ্ঘটনাটোৰ সৈতে জড়িত প্ৰতিটো দিশৰ তদন্ত কৰি আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ আজি উত্তৰ প্ৰদেশ আৰু ৰাজস্থান ভ্ৰমণ, প্ৰথমে গ্ৰেটাৰ নয়ডাত উপস্থিত
বুধবাৰে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ২১ তম কিস্তি
দ্বিতীয় পৰ্যায়ৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ৪০ ষ্টাৰ প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৩৩৫ জন
মঙলবাৰে বিহাৰৰ বৈশালীত বুদ্ধ সম্য়ক দৰ্শন সংগ্ৰহালয়-সম-স্মাৰক স্তুপৰ উদ্বোধনী অনুষ্ঠান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী ব্যুৰো আৰু বিশেষ দুৰ্নীতি বিৰোধী অভিযুক্ত কাৰ্যালয়ৰ ক্ষমতা কৰ্তন
Next Article বশিষ্ট আৰু যোৰাবাট আৰক্ষীৰ অভিযানত ন জনীয়া ডকাইতৰ দল আটক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?