কোকৰাঝাৰ, ২৪ জুলাই (হি.স.): কোকৰাঝাৰ জিলাৰ ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ভোমৰাবিলত যোৱাকালি বুধবাৰে বিয়লি বিজেপিৰ নেতা কৰ্মী সকলক লগত লৈ কাৰ্য্যকৰি সভা অনুস্থিত কৰে। উক্ত সভাত আগন্তুক বিটিচি নিৰ্বাচনত শ্ৰীৰামপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয় কৰাবলৈ ৰণকৌশল প্ৰস্তুত কৰে ।
অসমৰ বিভিন্ন ঠাইত যি বনাঞ্চল ধ্বংশ কৰি যি সকলে বসতি কৰিছে তেওঁলোক উচ্ছেদ কৰা হৈছে, গতিকে বি টি আৰ ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই ্য বি টি আৰত কোনো উচ্ছেদ নহয় বুলি কয় বি জে পিৰ নেতা জনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
