• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > শতকৰ পৰা এখোজ দূৰত জো ৰুট, নীতিশ ৰেডীৰ দ্বৈত প্ৰহাৰৰ বাবে ইংলেণ্ডৰ আৰম্ভণি থৰক বৰক
Sports

শতকৰ পৰা এখোজ দূৰত জো ৰুট, নীতিশ ৰেডীৰ দ্বৈত প্ৰহাৰৰ বাবে ইংলেণ্ডৰ আৰম্ভণি থৰক বৰক

CliQ INDIA
Last updated: July 11, 2025 2:31 pm
CliQ INDIA
Share
2 Min Read
SHARE

লৰ্ডছ, ১১ জুলাই (হি.স.)। লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তৃতীয়খন টেষ্ট মেচৰ প্ৰথম দিনাই ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দিনটোৰ খেলখনৰ শেষলৈকে ইংলেণ্ডে ৪টা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰিছিল। প্ৰবীণ বেটছমেন জো ৰুটে ৯৯ ৰানত অপৰাজিত হৈ উভতি অহাৰ বিপৰীতে অধিনায়ক বেন ষ্ট’কছে ৩৯ ৰান সংগ্ৰহ কৰি ক্ৰীজত তেওঁৰ সৈতে থিয় দিছে। এই পৰ্যন্ত দুয়োৰে মাজত ৭৯ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলা হৈছে।

নীতিশ ৰেড্ডীৰ দ্বৈত সফলতাৰ বাবে ইংলেণ্ডৰ আৰম্ভণি লেহেমীয়া

ভাৰতীয় বলাৰসকলে স্থিৰ আৰম্ভণি কৰিছিল যদিও ১৪ নং অভাৰত নীতিশ কুমাৰ ৰেড্ডীয়ে আহি ইংলেণ্ডক দুটাকৈ আঘাত দিয়ে। তেওঁ প্ৰথমে বেন ডাকেট (২৩) আৰু তাৰ পিছত জেক ক্ৰ’লি (১৮)ক আউট কৰি ভাৰতক মেচখনত ঘূৰাই আনে। ইয়াৰ পিছত জো ৰুট আৰু অলি পোপে ইংলেণ্ডৰ ইনিংছ চম্ভালিবলৈ চেষ্টা কৰিছিল, আৰু ১০৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল।

দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত ৰবীন্দ্ৰ জাডেজাই অলি পোপ (৪৪)ক আউট কৰি অংশীদাৰিত্ব ভংগ কৰে। ইয়াৰ পিছতে জাছপ্ৰিত বুমৰাহে হেৰী ব্ৰুক (১১) ক্লীন বলিং কৰি ইংলেণ্ডৰ পিঠি ভাঙিবলৈ চেষ্টা কৰে।

পুনৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু জো ৰুট

এই পৰ্যন্ত ১৯১টা বলত ৯৯ ৰান কৰি খেলি থকা জো ৰুটে ভাৰতৰ বিৰুদ্ধে ১১ সংখ্যক টেষ্ট শতকৰ পৰা মাত্ৰ এটা ৰান দূৰত। ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট ৰাণ আৰু শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ৰুট। তেওঁৰ সংযত শৈলী আৰু কাৰিকৰী বেটিঙে ইংলেণ্ডক এক সুস্থিৰ মঞ্চ প্ৰদান কৰিছে।

ষ্ট’কছৰ সংযম, বেজবলৰ পৰা ব্ৰেক

সাধাৰণতে আক্ৰমণাত্মক বেটিঙৰ বাবে পৰিচিত অধিনায়ক বেন ষ্ট’কে এইবাৰ বেজবল শৈলী এৰি ১০২ বলত ৩৯ ৰানৰ সংযত ইনিংছ খেলিছে। ইয়াৰ দ্বাৰা ইংলেণ্ডৰ কৌশলৰ পৰিৱৰ্তন দেখা যায়, বিশেষকৈ যেতিয়া ভাৰতীয় বলাৰসকলৰ সন্মুখত নিয়ন্ত্ৰিত লাইন-লেংথ থাকে।

हिन्दुस्थान समाचार / Monoj Kumar Saikia

You Might Also Like

তৃতীয়খন এদিনীয়া খেলত ইংলেণ্ডক ২ উইকেটত পৰাস্ত কৰি নিউজিলেণ্ডৰ ৩-০ত  শৃংখলা দখল
ফিডে গ্ৰেণ্ড প্ৰি চুইছ দবা প্ৰতিযোগিতা: মহিলা শাখাত বৈশালীৰ যৌথ অগ্ৰগতি, গুকেশ-এৰিগাছি ড্ৰ’
শ্বুটিং খেলবিধক ভালদৰে বুজিবলৈ এছ এল আইয়ে সহায় কৰিবঃ শ্ৰিয়ানকা সাধংগী
কানাডাৰ স্কোয়াছ অ’পেনৰ ছেমি ফাইনেলত জিনা কেনেডীৰ হাতত পৰাজিত অনাহত সিং
বেডমিণ্টন এছিয়া জুনিয়ৰ চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ ভেনালা কালাগোটলা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বাক্সাৰ বৰিমাখাত ইউপিপিএলৰ হিতাধিকাৰী সজাগতা সভা
Next Article মেৰাপানীত বুজন পৰিমাণৰ নিচাযুক্ত কেপচুলসহ আটক ব্যৱসায়ী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?