• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Crime > মেৰাপানীত বুজন পৰিমাণৰ নিচাযুক্ত কেপচুলসহ আটক ব্যৱসায়ী
Crime

মেৰাপানীত বুজন পৰিমাণৰ নিচাযুক্ত কেপচুলসহ আটক ব্যৱসায়ী

CliQ INDIA
Last updated: July 11, 2025 2:50 pm
CliQ INDIA
Share
1 Min Read
SHARE

গোলাঘাট, ১১ জুলাই (হি.স.): মেৰাপানী ড্ৰাগছ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈছে আৰক্ষী। মেৰাপানী আৰক্ষীয়ে চিআৰপিএফৰ সহযোগত দৈনিক অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে কিলোৱে কিলোৱে ড্ৰাগছ। বৃহস্পতিবাৰ বিয়লি গোপন তথ্যৰ ভিত্তিত মেৰাপানী টাউনৰ এটা বাসগৃহত অতৰ্কিতে অভিযান চলাই আৰক্ষীৰ দলে জব্দ কৰে বুজন পৰিমাণৰ নিচাযুক্ত কেপচুল।

লুটে গুৰুং নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ বাসগৃহত চলোৱা অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ৩৫৬৭টা নিষিদ্ধ চিমপেক্স প্লাচ কেপচুল। ইফালে আৰক্ষীৰ আগমনৰ উমান পাই ড্ৰাগছ ব্যৱসায়ী লুটে গুৰুং পলায়ন কৰিবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীয়ে তৎপৰতাৰে কৰায়ত্ত কৰে।

ড্ৰাগছ বিৰোধী অভিযানটোৰ নেতৃত্ব দিয়ে মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল প্ৰকাশ চক্ৰৱৰ্তী আৰু ১৪২ নং চিআৰপিএফ বাহিনীৰ চেক্টৰ কামাণ্ডাৰ অমিত কুমাৰ গুপ্তাই। ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হোৱা মেৰাপানীত আৰক্ষীৰ এনে তৎপৰতাত সন্তুষ্টি প্ৰকাশ কৰিছে মেৰাপানীবাসীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

সাপটগ্ৰামত এখন গেলামাল দোকানৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ
হোজাই আৰক্ষীৰ জালত এটা কুখ্যাত চোৰ
ডিমৰীয়াৰ হঁহৰাত নৃশংস হত্যাকাণ্ড | BulletsIn
জাগীৰোডত পত্নীৰ প্ৰহাৰত স্বামীৰ মৃত্য়ু

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শতকৰ পৰা এখোজ দূৰত জো ৰুট, নীতিশ ৰেডীৰ দ্বৈত প্ৰহাৰৰ বাবে ইংলেণ্ডৰ আৰম্ভণি থৰক বৰক
Next Article বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত উত্থান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?