ধুবুৰী, ২২ জুন (হি.স.): ধুবুৰী জিলাৰ চিৰাকুটা বজাৰত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। দুর্ঘটনা সংঘটিত কৰা বাহান খনৰ নম্বৰ এএছ ০১ চি ৬৪৩৬ বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ চালক জন গুৰুতভাৱে আহত হয়।আহত চালক জনক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
