• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Crime > আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন চাইবাৰ অপৰাধীক | BulletsIn
Crime

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন চাইবাৰ অপৰাধীক | BulletsIn

CliQ INDIA
Last updated: March 3, 2025 5:39 pm
CliQ INDIA
Share
2 Min Read
SHARE

দক্ষিণ শালমাৰা মানকাচৰ জিলাত এক বৃহৎ চাইবাৰ কেলেংকাৰীৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে। অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ তত্বাবধানত জিলা খনৰ উপ আৰক্ষী অধীক্ষক, উপ পৰিদৰ্শক ঈশান জ্যোতি শইকীয়া আৰু খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ফকিৰগঞ্জৰ পৰা এই অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়। এই চাইবাৰ অপৰাধীসকলে মেঘালয়ৰ হাজাৰ হাজাৰ লোকক বিনিয়োগ কৰিবলৈ বাধ্য কৰি কোটি কোটি টকাৰ কেলেংকাৰী চলাই আহিছিল।

BulletsIn

  • অভিযান: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফকিৰগঞ্জত আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
  • গ্ৰেপ্তাৰ হোৱা অপৰাধী: আশাদুল ইছলাম (২৫), হাশানুৰ জামান (২৮) আৰু কোবাদ আলী মোল্লা (২৮)।
  • পলাতক অপৰাধী: হেকমত আলী নামৰ আন এজন অভিযুক্ত পলায়ন কৰে, যদিও আৰক্ষীয়ে শীঘ্ৰেই গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত কৰিছে।
  • কেলেংকাৰীৰ পৰিমাণ: মেঘালয়ৰ প্ৰায় ২০০০ জন লোকক প্রতাৰিত কৰি ১০ ৰ পৰা ২০ কোটি টকাৰ বেআইনী লেনদেন কৰিছিল।
  • প্ৰতাৰণাৰ ধৰণ: প্রতাৰকসকলে বিদেশী এপ ব্যৱহাৰ কৰি অধিক লাভৰ প্ৰলোভনেৰে লোকসকলক বিনিয়োগ কৰিবলৈ বাধ্য কৰিছিল।
  • অভিযুক্তৰ কৌশল: দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে অবৈধ লেনদেন চলাই আহিছিল।
  • জব্দ সামগ্ৰী: আৰক্ষীয়ে তদন্তৰ সময়ত দুটা লেপটপ আৰু ৮ টা মোবাইল ফোন জব্দ কৰে।
  • তদন্তৰ স্থিতি: গ্ৰেপ্তাৰ হোৱা অপৰাধীসকলৰ পৰা তথ্য সংগ্ৰহ কৰি পলাতক অপৰাধীসহ অন্য জড়িতসকলক বিচাৰ অভিযান চলোৱা হৈছে।
  • আইনী ব্যৱস্থা: অপৰাধীসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলি আছে।
  • আৰক্ষীৰ মন্তব্য: আৰক্ষীয়ে এই কেলেংকাৰীৰ সৈতে জড়িত সকলো অপৰাধীক বিচাৰি কঠোৰ ব্যৱস্থা লোৱা হব বুলি জানিবলৈ দিছে।

You Might Also Like

নেপালত ৰাজতন্ত্ৰৰ প্ৰত্যাৱৰ্তনৰ সুযোগত জ্ঞানেন্দ্ৰ শ্বাহ, ২৮ মাৰ্চত কাঠমাণ্ডুত শক্তি প্ৰদৰ্শন | BulletsIn
যোৰহাট নগৰৰ গড় আলিত পূজাৰ নিশা এজন যুৱকক উপৰ্যুপৰি চুৰিৰে আঘাত
বান্দৰদেৱাৰত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ সৰবাৰহকাৰী গ্ৰেপ্তাৰ
আজি ছত্তীশগড়ৰ ৰাজ্যিক সন্মান সমাৰোহত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতি ধনখৰ | BulletsIn
ভৈইলী আৰু দেউচী গীতেৰে মুখৰিত হৈ পৰিল শোণিতপুৰৰ খনামুখ | BulletsIn
TAGGED:BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইউৰোপীয় দেশসমূহে ইউক্ৰেইনক ৰাছিয়াৰ পৰা ৰক্ষা কৰিব: কেয়াৰ ষ্টাৰমাৰ | BulletsIn
Next Article আজি অমিত শ্বাহে দুগ্ধ কৰ্মশালা উদ্বোধন কৰিব | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?