• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ৰাঁচীত উপস্থিত প্ৰধানমন্ত্ৰী মোদীৰ ঝাৰখণ্ড প্ৰতিষ্ঠা দিৱস আৰু ভাতৃ দ্বিতীয়াত দেশবাসীলৈ অভিনন্দন
National

ৰাঁচীত উপস্থিত প্ৰধানমন্ত্ৰী মোদীৰ ঝাৰখণ্ড প্ৰতিষ্ঠা দিৱস আৰু ভাতৃ দ্বিতীয়াত দেশবাসীলৈ অভিনন্দন

CliQ INDIA
Last updated: November 15, 2023 12:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

ৰাঁচী, ১৫ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে নিশা ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত উপস্থিত হয়। ৰাঁচীত তেওঁক অভূতপূৰ্ব আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাবলৈ ৰাজপথত ব্যাপক জনসমাগম হোৱা দেখা গৈছিল। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে নিশাই এক্সযোগে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ইয়াক লৈ আনন্দ ব্যক্ত কৰে। তেওঁ কয়, মোৰ পৰিয়ালৰ বহু সংখ্যক লোকে আজি নিশা ৰাঁচীলৈ আহি যিদৰে আশীৰ্বাদ দিলে সেয়া অভিভূতজনক। প্ৰধানমন্ত্ৰী এতিয়াও ঝাৰখণ্ডত আছে।

ইফালে আজি (বুধবাৰ) পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ভাতৃ দ্বিতীয়া (ভাইয়া দুজ)ৰ শুভেচ্ছা জনায়। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাতৃ দ্বিতীয়া ভাই-ভগ্নীৰ পবিত্ৰ সম্পৰ্কৰ প্ৰতীক উৎসৱ। এই শুভ অনুষ্ঠানত সমগ্ৰ দেশৰ আপোনাৰ পৰিয়ালৰ সদস্যসকললৈ আন্তৰিক শুভেচ্ছা। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ঝাৰখণ্ডৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসত অভিনন্দন জনাই ৰাজ্যখনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

তেওঁ কয় যে ঝাৰখণ্ড খনিজ সম্পদৰ লগতে জনজাতীয় সমাজৰ সাহস, বীৰত্ব আৰু আত্মসন্মানৰ বাবে বিখ্যাত হৈ আহিছে। ইয়াত মোৰ পৰিয়ালৰ সদস্যসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। ৰাজ্য প্ৰতিষ্ঠা দিৱসত তেখেতলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। প্ৰধানমন্ত্ৰীয়ে ভগৱান বীৰছা মুণ্ডাক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনাইছে। এই বিশেষ অনুষ্ঠানটোৰ সৈতে জড়িত জনজাতি গৌৰৱ দিৱসৰ দিনা সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ লোকসকললৈ বহু শুভেচ্ছা জনাইছে। উল্লেখযোগ্য যে আজি প্ৰধানমন্ত্ৰী মোডী ঝাৰখণ্ডত আছে। ভগৱান বীৰছা মুণ্ডাৰ জন্মস্থানো পৰিদৰ্শন কৰিব।

হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ

You Might Also Like

যেতিয়া অটলজীয়ে ক’লে, ‘এখন কাণেৰে ৰেডিঅ’ আৰু আনখন কাণেৰে শুনা মোৰ ভাষণ’
দিল্লী বিস্ফোৰণৰ ঘটনা: কাশ্মীৰৰ ১৩টা স্থানত চিআইকেৰ অভিযান অব্যাহত
আজি সন্ধিয়া ইন্দোৰত প্ৰধানমন্ত্ৰীৰ মেগা ৰোড শ্ব'
অযোধ্যাঃ শ্ৰীৰামৰ অভিষেকৰ সাক্ষী হ'ব ১৪খন দেশৰ কলাকুশলী
ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবঢ়োৱা মূল্যৱান অৱদানৰ বাবে সেনা প্ৰধানৰ প্ৰবীণ সৈনিকসকলক সন্মান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰতীয় স্কাইডাইভাৰ শীতল ২১,৫০০ ফুট উচ্চতাৰ পৰা জঁপিওৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা
Next Article পাকাবেতবাৰী দুৰ্গা মন্দিৰ প্ৰাংগণত শ্যামাপূজা আৰু দীপাৱলী উৎসৱ সুকলমে সম্পন্ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?