
কামৰূপ, ০৯ নৱেম্বৰ (হি স)। উত্তৰ গুৱাহাটীত এক নৃশংস হত্যাকাণ্ড । স্বামীৰ দাৰ ঘাপত নিহত পত্নী ।
# দুটি শিশুৰ মাতৃ নিহত অনুপা বৰ্মন ।
# হত্যাকাৰী মোহন বৰ্মনক ( ৩৮) ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ।
# মোহন বৰ্মনৰ ঘৰ ঢেকিয়াজুলিৰ শিংৰীত
# ঘটনাটো সংঘটিত হৈছে উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ।
# মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সমীপত ভাৰাতীয়া হিচাপে থাকে মোহনৰ পৰিয়ালটো ।
# দিন মজুৰি কৰে দুই স্বামী-পত্নীয়ে ।
# স্বামীয়ে প্ৰায়ে মাৰপিত কৰাৰ অভিযোগ তুলিছে আত্মীয়ই ।
# ঘটনাটো যোৱা নিশা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।
